ৰহা সাৰ্বজনীন শ্ৰীমন্ত শংকৰদেৱ নামঘৰ ত নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু ৭৬ সংখ্যক উৎসৱ উদ্ যাপন সমিতিৰ ব্যৱস্থাপনাত ৪অক্টোবৰ পৰা দুই দিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ ৰ আবিৰ্ভাব মহোৎসৱ ৰ আয়োজন কৰে|প্ৰথম দিনা ৪ অক্টোবৰ ত ধৰ্মধ্বজা উওোলন,সাংস্কৃতিক শোভাযাত্ৰা ৰে আৰম্ভ কৰাৰ লগতে ৰাতি দিহানাম প্ৰতিযোগিতা ৰ আয়োজন কৰাৰ লগতে আজি মহোৎসৱ ৰ দ্বিতীয় দিন প্ৰভাত প্ৰসংগ,শ্ৰীমদ্ভগৱত পাঠ ৰ পাছত দিনৰ দুই বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ ৰ দ্বাৰা ৰচিত অসমীয়া দিন ভাওনা "সু -যজ্ঞ ৰজাৰ ধৰ্ম পৰীক্ষা ক পৰিবেশন কৰে শ্ৰীশ্ৰী শংকৰ কলা বিকাশ কেন্দ্ৰ, দীঘলদৰিৰ দ্বাৰা|সন্ধ্যা বন্তি প্ৰজ্বলন কৰাৰ পাছত নিশা ৯বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অঙ্কীয়া নাট "ৰাম বিজয়" প্ৰদৰ্শন কৰিব ৰহা আঞ্চলিক চৰ্তুভুজ শাখা|
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
GOLAGHAT BREAKING:- গোলাঘাটৰ থুৰামুখত তিব্ৰবেগি বলিভৰ্তি ডাম্পাৰ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল এখন
GOLAGHAT BREAKING:-
গোলাঘাটৰ থুৰামুখত তিব্ৰবেগি বলিভৰ্তি ডাম্পাৰ নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি...
नेशनल सिब्लिंग डे पर प्रियंका गांधी ने शेयर की अपने भाई राहुल के साथ तस्वीर, कहा- मुझे आप पर गर्व है
नई दिल्ली, अमेरिका और कनाडा सहित विश्व के कई देशों में 10 अप्रैल को नेशनल सिब्लिंग डे...
One Nation, One Election पर संसद के विशेष सत्र से पहले JP Nadda किससे मिलने पहुंचे? Elections 2024
One Nation, One Election पर संसद के विशेष सत्र से पहले JP Nadda किससे मिलने पहुंचे? Elections 2024
પોરબંદર કોસ્ટગાર્ડ ના અધિકારી સહિત 4 સાથે વિદેશ માં ટુર ના નામે છેતરપીંડી:જુઓ અધિકારી એ શું જણાવ્યું
પોરબંદર કોસ્ટગાર્ડ ના અધિકારી સહિત 4 સાથે વિદેશ માં ટુર ના નામે છેતરપીંડી:જુઓ અધિકારી એ શું જણાવ્યું