ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা গহপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ শৰ্মা ।
অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা গ্ৰহণ কৰা মূহুৰ্তত গহপুৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জগদীশ চন্দ্ৰ শৰ্মা

