ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰতো উলহমালহেৰে উদ্যাপন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ ৫৭৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ ৷ নাৰায়ণপুৰৰ প্ৰতিটো নামঘৰ , থান আৰু মহাপুৰুষীয়া সত্ৰৰ লগতে বহুলভাৱে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নাৰায়ণপুৰ আঞ্চলিকৰ উদ্যোগত বৰপথাৰ প্ৰাথমিক শাখাৰ নামঘৰত তিনিদিনীয়া কাৰ্যসুচীৰে তিনি অক্টোৱৰৰ পৰা অনুষ্ঠিত হৈছে আৱিৰ্ভাৱ তিথি ৷ জন্মোৎসৱৰ লগত সংগতি ৰাখি আঞ্চলিক শাখাটোৰ সোণালী জয়ন্তী বৰ্ষ উদ্যাপন কৰিছে ৷ আনহাতে খেৰাজখাট শংকৰজ্যোতি জন্মোৎসৱ সমিতিৰ উদ্যোগত তিনি অক্টোবৰৰ পৰা আঠ অক্টোবৰলৈকে বনাঢ্য কাৰ্যসুচীৰে উদ্যাপন হৈছে গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী ৷ কেউটাদিন গুৰুজনাৰ বন্দনা , গুৰুজনাৰ সৃষ্ট কৃষ্টি , নাট , ভাওনা , ধৰ্মালোচনী সভা অনুষ্ঠিত হ’ব ৷ আজিৰ মুল তিথিৰ দিনটোৰ লগতে কেউটাদিনত নাৰায়ণপুৰত মুখৰিত হৈছে হৰিনাম ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्व वृद्धि के लिए हों सतत प्रयास - जिला कलेक्टर
राजस्व वृद्धि के लिए हों सतत प्रयास - जिला कलेक्टर बूंदी। राजस्व अर्जित करने वाले आबकारी,...
ঘৰে ঘৰে তিৰংগা কাৰ্যসূচী ওপৰত মন্ত্যব নাজিৰা জিলাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আবদুৰ ৰহমানৰ
নাজিৰত জিলা কংগ্ৰেছৰ সাধসৰণ সম্পাদক অবদুৰ ৰহমানে ঘৰে ঘৰে তিৰংগা কাৰ্যসূচীটোৰ সমৰ্থন কৰি কয় যে, ৫২...
કેમિકલ કાંડમાં ભાવનગરની સર.ટી હોસ્પિટલ ખાતે કુલ મૃત્યુ આંક 17
કેમિકલ કાંડમાં ભાવનગરની સર.ટી હોસ્પિટલ ખાતે કુલ મૃત્યુ આંક 17
Breaking News: बयान दर्ज कराने तीस हजारी कोर्ट पहुंचीं स्वाति मालीवाल | Swati Maliwal Assault Case
Breaking News: बयान दर्ज कराने तीस हजारी कोर्ट पहुंचीं स्वाति मालीवाल | Swati Maliwal Assault Case