বিহপুৰীয়া বিধানসভা সমষ্টিত সূচনা হৈছে কৃষি বিপ্লৱৰ। সমষ্টিৰ নিৱনুৱা যুৱক-যুৱতীক লৈ গঠন হোৱা বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ সভাপতি তথা বিধায়ক ড• অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত আজি বাগিছা ডিক্ৰং চাপৰিত ১০০ বিঘা ভূমিত উন্নত জাতৰ ৰঙালাউ বীজ ৰোপণ কৰে। বিধায়কগৰাকীয়ে নিজেই ট্ৰেক্টৰ চলাই মাটি চহাই নিৱনুৱা সকলৰ বাবে এয়া আশাৰ ৰেঙণি বুলি বক্তব্য কৰে। বীজ ৰোপণ কাৰ্যসূচীত বিজেপি জিলা সম্পাদক তৰুণ শইকীয়া,বিজেপি বিহপুৰীয়া মণ্ডলৰ সাধাৰণ সম্পাদক জিতু বৰা,বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ সাধাৰণ সম্পাদক যদু বৰা,বিহপুৰীয়া বিধানসভা সমষ্টিৰ বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ তত্ত্বাবধায়ক ৰূপক বৰা আৰু দক্ষীণ বিহপুৰীয়া বিজেপিৰ শক্তিকেন্দ্ৰৰ প্ৰমূখ শুভ্ৰণ শইকীয়া আৰু বিজেপি বাগিছা বুঠ কমিটিৰ সভাপতি ইন্দ্ৰেশ্বৰ হাজৰিকা উপস্থিত থাকি ৰঙালাউ বীজ ৰোপণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
इटावा शहर भाजपा कार्य समिति की बैठक जिला अध्यक्ष बोले जनता के आशीर्वाद पर खरे उतरेंगे
इटावा भारतीय जनता पार्टी इटावा शहर मंडल की मंडल वृहद कार्य समिति की बैठक।वीरेंद्र सिंह लोक कल्याण...
BANASKANTHA : દિયોદર બેઠક પર આપમાં ભંગાણ સર્જાયું | There was a breakdown in aap at Deodar seat
BANASKANTHA : દિયોદર બેઠક પર આપમાં ભંગાણ સર્જાયું | There was a breakdown in aap at Deodar seat
টিংখাঙৰ ৰাজগড়ত জ্যেষ্ঠ নাগৰিকৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ
টিংখাঙৰ ৰাজগড়ৰ মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ । অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ৰাজগড়ৰ শাখাৰ...
মৰিগাঁও কৃষি চক্ৰত ৩৬০ হেক্টৰ মৰাপাট নষ্ট
মৰিগাঁও জিলাৰ কৃষি বিভাগৰ মৰিগাঁও কৃষি চক্ৰত ৩৬০হেক্টৰ মৰাপাট নষ্ট