বিহপুৰীয়া বিধানসভা সমষ্টিত সূচনা হৈছে কৃষি বিপ্লৱৰ। সমষ্টিৰ নিৱনুৱা যুৱক-যুৱতীক লৈ গঠন হোৱা বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ সভাপতি তথা বিধায়ক ড• অমিয় কুমাৰ ভূঞাৰ নেতৃত্বত আজি বাগিছা ডিক্ৰং চাপৰিত ১০০ বিঘা ভূমিত উন্নত জাতৰ ৰঙালাউ বীজ ৰোপণ কৰে। বিধায়কগৰাকীয়ে নিজেই ট্ৰেক্টৰ চলাই মাটি চহাই নিৱনুৱা সকলৰ বাবে এয়া আশাৰ ৰেঙণি বুলি বক্তব্য কৰে। বীজ ৰোপণ কাৰ্যসূচীত বিজেপি জিলা সম্পাদক তৰুণ শইকীয়া,বিজেপি বিহপুৰীয়া মণ্ডলৰ সাধাৰণ সম্পাদক জিতু বৰা,বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ সাধাৰণ সম্পাদক যদু বৰা,বিহপুৰীয়া বিধানসভা সমষ্টিৰ বীৰ লাচিত বহুমুখী সমবায় সমিতিৰ তত্ত্বাবধায়ক ৰূপক বৰা আৰু দক্ষীণ বিহপুৰীয়া বিজেপিৰ শক্তিকেন্দ্ৰৰ প্ৰমূখ শুভ্ৰণ শইকীয়া আৰু বিজেপি বাগিছা বুঠ কমিটিৰ সভাপতি ইন্দ্ৰেশ্বৰ হাজৰিকা উপস্থিত থাকি ৰঙালাউ বীজ ৰোপণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CBI Raid: पूर्व आईएएस हर्ष मंदर के घर और ऑफिस में सीबीआई की छापामारी, एफसीआरए उल्लंघन मामले में हुई कार्रवाई
CBI Raid Harsh Mander एफसीआरए उल्लंघन मामले में आईएएस से सामाजिक कार्यकर्ता बने हर्ष मंदर के...
B20 शिखर सम्मेलन में PM Modi: "Green Credit को Global Movement बनाएं" | NDTV India Live TV
B20 शिखर सम्मेलन में PM Modi: "Green Credit को Global Movement बनाएं" | NDTV India Live TV
શાહપુર માં સામાજિક કાર્યકર તેમજ જય અંબે ગ્રુપ દ્વારા મ્યુનિસિપલ શાળામાં બાળકોને સ્ટેશનરી કીટ નું વિના મૂલ્ય વિતરણ કરવામાં આવ્યું.
શાહપુર માં સામાજિક કાર્યકર તેમજ જય અંબે ગ્રુપ દ્વારા મ્યુનિસિપલ શાળામાં બાળકોને સ્ટેશનરી કીટ નું...
Russia में फंसे Nepali लोगों ने भारत सरकार से की मदद की अपील, कहा-हमारी सरकार कुछ नहीं कर रही
Russia में फंसे Nepali लोगों ने भारत सरकार से की मदद की अपील, कहा-हमारी सरकार कुछ नहीं कर रही