এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ তথা ঢোল বাদক।এক দুৰাৰোগ্য ৰোগত ভূগি চিকিৎসাৰ নামত সৰ্বস্ব হেৰুৱালে। চিকিৎসা কৰাবৰ বাবেই ঘৰৰ ভেটিটোৰ বাদে সকলো সা সম্পত্তি বন্ধকত দিলে এইটো পৰিয়ালে।চিকিৎসা নামত চিকিৎসা কিন্তু সুস্থ হোৱাৰ কোনো লক্ষণেই নাই ৰোগীৰ। হয় আমি কব বিচৰা লোকজন হল চৰাইদেউ জিলাৰ বৰহাট জাপিসজীয়াৰ বাসিন্দা অৰুণ চুতীয়া। এসময়ত সুদক্ষ ফুটবল খেলুৱৈ তথা জনপ্ৰিয় ঢোল বাদক অৰুণ চুতীয়া বৰ্তমান ৰোগাক্ৰান্ত। ককালৰ তলৰ অংশ অৱশ হৈ পৰাত বিচনাখনকে সাৰথি কৰি ভাল দিনৰ আশাত এইজন অৰুণ চুতীয়া । মন্ত্ৰী বিধায়কক যোগাযোগ কৰিও বিফল পৰিয়ালটোৰ সদস্য। গাড়ী চালক আৰু বৰহাট নগৰত ম'ম বিক্ৰী কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া দুই পুত্ৰৰ নাই পিতৃক চিকিৎসা কৰাবৰ বাবে হাতত নাই ফুটাকড়ি এটাও। চিকিৎসাৰ নামত ইতিমধ্যে পৰিয়ালটোৱে ঘৰৰ সমস্ত সা সম্পত্তি বন্ধকত দিছে। চাৰিওফালে অন্ধকাৰ দেখা পৰিয়ালটোৱে অৱশেষত কাষ চাপিছে সংবাদ মাধ্যমৰ। জানোচা কোনোৱে সহায়ৰ হাত আগবঢ়ায়ে...
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সাপেখাতী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰহত সদৌ চাওতাল ছাত্র সন্থাৰ উদ্যোগত
অভিনন্দন অনুষ্ঠান
সাপেখাতী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰহত সদৌ চাওতাল ছাত্র সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান সম্পন্ন |
Akhilesh Yadav on Rahul Gandhi vs Smriti Irani: Amethi में महामुकाबले, Seat Sharing पर क्या बोले?
Akhilesh Yadav on Rahul Gandhi vs Smriti Irani: Amethi में महामुकाबले, Seat Sharing पर क्या बोले?
દિલ્હી ના મુખ્યમંત્રી અરવિંદ કેજરીવાલની બોડેલીમાં જનસભા
ગુજરાત વિધાનસભા ચૂંટણીમાં ગણતરીના મહિના બાકી છે ત્યારે હવે પક્ષ કમર કસી રહ્યા છે અને જનતા...
શહેરા : શ્રાવણ મહિનાના છેલ્લા દિવસે નાયક સમાજ દ્વારા કાવડયાત્રા યોજાઈ
શહેરા : શ્રાવણ મહિનાના છેલ્લા દિવસે નાયક સમાજ દ્વારા કાવડયાત્રા યોજાઈ