মাজুলীত শংকৰ উৎসৱ পালন।আজি জগত গুৰু শ্ৰীমন্ত শংকৰ গুৰু জনাৰ ৫৭৪ তম জন্ম জয়ন্তী সমগ্ৰ ৰাজ্যৰ লগতে দুৰ্গাপূজা বিহীন মাজুলীতো উদযাপন কৰিছে । মাজুলীৰ ৩৩ খন সত্ৰৰ লগতে তিনি শতাধিক নামঘৰ,আৰু ২০ খনকৈ অধিক ৰাজহুৱা মঞ্চত শংকৰদেৱৰ জন্ম জয়ন্তী ভাগি উলহ মালহেৰে উদযাপন কৰিছে। সত্ৰ সমূহত নাম প্ৰসংগ গায়ন বায়ন নাচ নৃত্য ভাওনা আদি পৰিবেশনৰ জড়িয়তে গুৰুজনালৈ শ্ৰদ্বা আগবঢ়াইছে। ঠায়ে ঠায়ে আলোচনা চক্ৰ মুকলি সভা আৰু বৰগীত দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছে। পুৱাগীত পৰিবেশনৰ পাছত নাম কীৰ্তন গায়ন বায়ন,সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાજકોટ લીંબડી હાઇવે પર વડોદ ગામ નજીક સર્જાયો અકસ્માત
વઢવાણ તાલુકાના વડોદ ગામ પાસે રાત્રી દરમિયાન ટ્રક અને એસટી વચ્ચે અકસ્માત સર્જાયો હતો.જેમાં...
পদ্মশ্ৰী শিল্পী দুলাল মানকিৰ বিৰুদ্ধে দিহাজানত সৰৱ আছাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰিচা মুণ্ডা
পদ্মশ্ৰী শিল্পী দুলাল মানকিৰ বিৰুদ্ধে সৰৱ আছা নেতা ৰিচা মুণ্ডা । গুৱাহাটীত অনুষ্ঠিত সদৌ অসম চাহ...
4 शुभ योग में आज मनाई जाएगी योगिनी एकादशी
चार शुभ योग में 2 जुलाई को : योगिनी एकादशी मनाई जाएगी। र सनातन धर्म में एकादशी तिथि को T बेहद शुभ...
ધર્મલોક : જુઓ અમારી વિશેષ રજૂઆત (01-10-2022)
ધર્મલોક : જુઓ અમારી વિશેષ રજૂઆત (01-10-2022)
हाईकोर्ट के निर्देश पर तहसीलदार ने चकमार्ग पर अवैध कब्जा पर गरजा जेसीबी।
हाईकोर्ट के निर्देश पर तहसीलदार ने चकमार्ग पर अवैध कब्जा पर गरजा जेसीबी।
जनपद जौनपुर के तहसील...