মঙলদৈৰ খেতি-পথাৰত চিৰাল ফাট 

মঙ্গলদৈত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি।বিঘাই বিঘাই মাটি এতিয়া চন পৰি ৰৈছে।মেনাপাৰা গেলাইডিং শইকীয়া পাৰাৰ পথাৰ সমূহত পানীৰ অভাৱত ভূই ৰুব পৰা নাই কৃষক সকল। এতিয়া একমাত্ৰ ভৰষা বৰষুণ উপৰত।বিয়াগোম জলসিঞ্চন বিভাগে এতিয়াও পানী যোগান ধৰিব পৰা নাই। শেহতীয়াকৈ হৈ যোৱা প্ৰলয়নকাৰী বানপানীয়ে বৃহৎ ক্ষতি কৰিলে কৃষক সকলক।প্ৰায় বিঘাত সাত আঠ হাজাৰ টকা খৰচ কৰি কৰিছিল খেতি বৰষুণ অভাৱত নষ্ট হৈ গ'ল খেতি সমূহ। উল্লেখযোগ্য যে এতিয়া বিয়াগোম জলসিঞ্চন বিভাগে পানী যোগান ধৰিবলৈ সক্ষম হবনে।সেয়া হব একপ্ৰকাৰৰ লক্ষণীয়