জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ তথা জ্ঞান দৰ্শন নৱ প্ৰজন্মৰ মাজত প্ৰসাৰতা লাভ কৰি আধ্যাত্মিক সেৱাৰে এখন সুস্থ সৱল সমাজ গঢ়াৰ প্ৰয়াসেৰে চৰাইদেউ জিলা সত্ৰ মহাসভাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৪ সংখ্যক জন্মজয়ন্তী আজিৰে পৰা অনুষ্ঠিত কৰা হৈছে। জৱকাহাবি সোণালী পাম নামঘৰত অনুষ্ঠিত হোৱা দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথমটো দিনত পুৱা ধৰ্ম ধ্বজা উত্তোলন কৰে চৰাইদেউ জিলা সত্ৰ মহাসভাৰ সভাপতি প্ৰফুল্ল মহনে। সম্পাদক প্ৰমোদ মহন্তই স্মৃতি তৰ্পণ কৰাৰ লগতে সহযোগী তৰ্পক হিচাপে উপস্থিত থাকে উদযাপন সমিতিৰ সভাপতি অতুল দত্ত আৰু কাৰ্যকৰী সভাপতি ৰাতুল শইকীয়া। আনহাতে সমন্বিত যুৱ তীৰ্থৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি বিপুল বৰুৱা, জবকা হাবি সোণালী পাম নামঘৰৰ নামঘৰীয়া দিলীপ গগৈয়ে বৃক্ষ ৰোপন কৰা পাছতে নামাচাৰ্য মনেশ্বৰ বড়াই নাম প্ৰসংগ আৰম্ভ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Parliament Session 2024: Kharge के भाषण के दौरान राज्यसभा में हंगामा, सभापति ने शांति की अपील
Parliament Session 2024: Kharge के भाषण के दौरान राज्यसभा में हंगामा, सभापति ने शांति की अपील
क्या हर भैयादूज में यमराज अपनी बहन से मिलने जाते है - जानते है , वास्तु शास्त्री डॉ सुमित्रा अग्रवाल जी से
सेलिब्रिटी वास्तु शास्त्री डॉ सुमित्रा अग्रवाल, कोलकाता
इंटरनेशनल वास्तु अकादमी सिटी...
এখন বিদ্যালয়ত হঠাৎ আৰ্ভিভাব হল লাখ লাখ অচিন পোকৰ
এখন বিদ্যালয়ত হঠাৎ আৰ্ভিভাব হল লাখ লাখ অচিন পোকৰ#Siang_live#Jonai_News
Aditya L1 Mission: आदित्य-L1 लॉन्च | लक्षित ऑर्बिट में 4 महीने में पहुंचेगा | ISRO | Hindi News
Aditya L1 Mission: आदित्य-L1 लॉन्च | लक्षित ऑर्बिट में 4 महीने में पहुंचेगा | ISRO | Hindi News