২ অক্টোবৰত দেশবাসীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী পালন কৰাৰ সময়তে কলকাতাৰ পূৱ প্ৰান্তৰ কাচবাত অখিল ভাৰতীয় হিন্দু মহাসভাই আয়োজন কৰা পূজাই দেশৰ লগতে অসমতো সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অখিল ভাৰতীয় হিন্দু মহাসভাই বাপুক দেৱী দুৰ্গাই বধ কৰা অসুৰ (মহিষাসুৰ) হিচাপে প্ৰদৰ্শন কৰাৰ পিছতেই এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত হৈছে। জাতিৰ পিতাগৰাকীক বিকৃতৰূপত উপস্থাপনক লৈ সৰ্বত্ৰে সৃষ্টি ষপ্টপহৈছে প্ৰতিক্ৰিয়াৰ। বিষয়টোক লৈ বিজেপিক বাদ দি অসমৰ বিৰোধী আৰু বাওঁপন্থী প্ৰতিটো দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। চি পি আই এমৰ ৰাজ্যিক নেতা ইছফাকুৰ ৰহমানে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মহাত্মা গান্ধীক নস্যাৎ কৰাৰ বাবেই এই ধৰণৰ এক ষড়যন্ত্ৰ আৰম্ভ কৰিছে হিন্দুত্ববাদী সংগঠনবোৰে। মহাত্মা গান্ধীক আতৰায় চাভাৰকাৰ, নাথুৰাম গডছে আদিক দেশৰ 'হিৰো' বনোৱাৰ উদ্দেশ্যৰে হিন্দুত্ববাদী সংগঠনবোৰৰ নেতৃত্বত সমগ্ৰ দেশতেই আৰম্ভ হৈছে এই ধৰণৰ ষড়যন্ত্ৰৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસાના મુખ્ય માર્ગો ઉપર રખડતા ઢોરોના ત્રાસથી જનતા પરેશાન BANAS LIVE NEWS
ડીસાના મુખ્ય માર્ગો ઉપર રખડતા ઢોરોના ત્રાસથી જનતા પરેશાન BANAS LIVE NEWS
બીલા આરોગ્ય કેન્દ્ર ના તબીબો દ્વારા પત્રકારો ને અપમાનિત કરાયા#azadmedialive#mahuva#news
બીલા આરોગ્ય કેન્દ્ર ના તબીબો દ્વારા પત્રકારો ને અપમાનિત કરાયા#azadmedialive#mahuva#news
DEBATE : સલામત નવરાત્રી
#buletinindia #gujarat #navratri #debate
ડીસાના માલગઢમાં માળી સમાજનો 22 મો સમૂહ લગ્ન મહોત્સવ યોજાયો
ડીસા તાલુકાના માલગઢ ગામની પરબડી (ક્રાન્તીનગર) મીરાબેન સોનાજી પરમાર પ્રાથમિક શાળા ખાતે માળી સમાજ...
২৭ অক্টোবৰত শিৱসাগৰ যুৱদলত মঞ্চস্থ হ’ব হাস্যমধুৰ নাটক "আৰক্ষী চকী"
শিৱসাগৰঃ-- শিৱসাগৰৰ অন্যতম সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান হিচাপে পৰিচিত "শিৱসাগৰ যুৱদল" ৰ ৫৮...