সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শাৰদীয় দূৰ্গোৎসৱ উপলক্ষে সমষ্টিটোৰ বৰহাট, বৰুৱা নগৰ, বিমলাপুৰ, সাপেখাতী, টিয়কঘাট, ৰজাপুখুৰী, শিঙৰীতলি আৰু সোণাৰিৰ বিভিন্ন পূজা স্থলীত উপস্থিত হৈ মা দূৰ্গাৰ আশীষ বিচাৰি সেৱা, নৈবদ্য অৰ্পণ কৰে। পূজা মণ্ডপে মণ্ডপে সমষ্টিৰ বিধায়ক গৰাকীক বিপুল আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰা পৰিলক্ষিত হয়। সমষ্টি বাসীৰ ৰাইজৰ মংগল কামনা কৰা উপৰিও সকলো ৰাইজৰ মংগল কামনা কৰি দেৱী চৰণত পূজা, অৰ্চনা কৰে বুলি বিধায়ক জনে জানিবলৈ দিয়ে। লগতে ৰাইজলৈ তেখতে বিনম্ৰ আহ্বান জনায় যে পূজাৰ উখল মাখল সময়খিনিত যাতে সকলোৱে সাৱধানতা অৱলম্বন কৰে। কোনেও যাতে দ্ৰুতগতিত বাহন সমূহ নচলায় তাৰ প্ৰতিও আহ্বান জনায়। লগতে অভিভাৱক সকলে নিজৰ কনমানি শিশু সকলৰ ক্ষেত্ৰত যাতে পূজা মণ্ডপত অধিক সাৱধান হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
उपखंड अधिकारी ने गांव रामसरा में की रात्रि चौपाल
लूणकरणसर उपखंड अधिकारी राजेंद्र कुमार ने गांव रामसरा में की रात्रि चौपाल।
लूणकरणसर लोकेश...
एयर इंडिया एक्सप्रेस ने दे दिया जिंदगी भर का दर्द, फ्लाइट्स कैंसिल की वजह से आखिरी बार अपने पति से नहीं मिल पाई महिला
एयर इंडिया एक्सप्रेस की फ्लाइट रद होने कारण एक दिल दहला देने वाली घटना सामने आई है। पिछले सप्ताह...
Bhaskar Jadhav angry on Nitesh Rane in Vidhan Sabha | राणे - जाधवांची विधानसभेत हमरी तुमरी
Bhaskar Jadhav angry on Nitesh Rane in Vidhan Sabha | राणे - जाधवांची विधानसभेत हमरी तुमरी
બોટાદમાં સાળંગપુર રોડ પરથી ચોરાયેલ ટ્રકના ત્રણ આરોપી ઝડપાયાં...
બોટાદમાં સાળંગપુર રોડ પરથી ચોરાયેલ ટ્રકના ત્રણ આરોપી ઝડપાયાં...