বঙাইগাঁও ৪ অক্টোবৰঃ--বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাশঁবাৰী চালাবিলা পঞ্চায়তৰ ১ নং বাশঁবাৰী গাওঁ ৰ হাছেন আলীৰ পত্নী চকিনা খাতুনে (৫৫) নিজ থকা ঘৰতে চিপ লৈ আত্মহত্যা কৰে। ঘটনা স্হলিত মানিকপুৰ থানাৰ আৰক্ষী বিষয়া, অজয় সাহা, চালাবিলা উপ আৰক্ষী চকীৰ বিষয়া হৰেন্দ্ৰ চন্দ্ৰ দাসে উপস্থিত হৈ মৃত্যু দেহটো মৰণোত্তৰ পৰীক্ষা বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায়। আত্ম হত্যাৰ মূল কাৰণ জানিব পৰা হোৱা নাই। অৱশ্যে স্হানীয় ৰাইজৰ মতে অভাৱ অনাটনৰ বাবে এই পথ বাচি লৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Hiramandi फिल्म करने से पहले Sanjay Leela Bhansali और Richa Chadha में क्या बात हुई, पता चल गया
Hiramandi फिल्म करने से पहले Sanjay Leela Bhansali और Richa Chadha में क्या बात हुई, पता चल गया
क्या है Inguinal Hernia.
क्लीवलैंड क्लिनिक के मुताबिक हर्निया तब होता है, जब एक बॉडी कैविटी से टिश्यूज आपकी मांसपेशियों...
HCG Launches Cancer Hospital in North Bengaluru, Introduces Karnataka’s First MR-Linac
India’s largest dedicated cancer hospital network strengthens advanced oncology access in...
જંબુસર એસટી ડેપોમાં ઓફિસમાંકેટલીક જગ્યા ઉપર પોપડા નીકળ્યા તેવાવીડિયોમાં દ્રશ્ય કેદ થયા.
જંબુસર એસટી ડેપોમાં ઓફિસમાંકેટલીક જગ્યા ઉપર પોપડા નીકળ્યા તેવાવીડિયોમાં દ્રશ્ય કેદ થયા.