বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড• অমিয় কুমাৰ ভূঞাই নিমন্ত্রণ ৰক্ষা কৰি সমষ্টিৰ প্ৰায় সংখ্যক পূজা মণ্ডপত উপস্থিত হৈ পূজা কৰা পৰিলক্ষিত হয়। প্ৰতিখন পূজা সমিতিয়ে বিধায়কগৰাকী উপস্থিত হোৱাৰ বাবে কৃতজ্ঞতাৰ চিন স্বৰূপে ফুলাম গামোচাৰে আদৰণী জনোৱা পৰিলক্ষিত হয়।