ওদালগুৰিত হোৱাইট হাইচ চাবলৈ ৰাইজৰ ভীৰ। আজি মহাষ্টমীৰ দিনা সমগ্ৰ অসমৰ লগতে ওদালগুৰিৰো প্ৰতিখন পুজাস্হলীতে দেখা গৈছে ভক্তৰ ভীৰ।ওদালগুৰিৰ ৰামকৃষ্ণ পল্লীত হোৱাইট হাউচৰ আৰ্হিত আটক ধুনীয়াকৈ সজাই তোলা হৈছে পুজামণ্ডপ।আজি মহা অষ্টমী ৰ দিনা ডাৱৰীয়া বতৰৰ মাজতো হোৱাইট হাউচ চাবলৈ ৰামকৃষ্ণ পল্লীত ভীৰ কৰা দেখা অসংখ্য লোকৰ। ইয়াৰ উপৰিও চেলফী পইন্ট আৰু ফুলনি আদিৰে দৰ্শকৰ বাৱে আকৰ্ষনীয় কৰি তোলা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধেমাজি চিলাপথাৰত যোগ প্ৰশিক্ষণ শিবিৰ সম্পন্ন
ধেমাজি জিলা যোগাসন ষ্পৰ্টচ এচ’ছিয়েছনৰ উদ্যোগত চিলাপথাৰ চিটি চেন্টাৰ কম্প্লেক্সত আঠ দিনীয়া...
Mhesana | relve | trek | મહેસાણા માં માલગાડી ટ્રેક પરથી ઊતરી ગઈ #વાયરલ #વીડીયો
Mhesana | relve | trek | મહેસાણા માં માલગાડી ટ્રેક પરથી ઊતરી ગઈ #વાયરલ #વીડીયો
જુગાર રમતા 13 શકુનિઓ ઝડપાયા / સબંધ ભારત ન્યુઝ
ભાભર તાલુકાના મીઠા ગામે જુગાર રમતા 13 શકુનિઓ ઝડપાયા / સબંધ ભારત ન્યુઝ
চন্দ্ৰপুৰত ড্ৰাগছ দাহণ অমিত সাহৰ
চন্দ্ৰপুৰত ভাৰ্চুৱেলি ড্ৰাগছ দাহণ অংশগ্ৰহণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত সাহৰ। চন্দ্ৰপুৰৰ ফেছ এয়াৰ...