ওদালগুৰিত হোৱাইট হাইচ চাবলৈ ৰাইজৰ ভীৰ। আজি মহাষ্টমীৰ দিনা সমগ্ৰ অসমৰ লগতে ওদালগুৰিৰো প্ৰতিখন পুজাস্হলীতে দেখা গৈছে ভক্তৰ ভীৰ।ওদালগুৰিৰ ৰামকৃষ্ণ পল্লীত হোৱাইট হাউচৰ আৰ্হিত আটক ধুনীয়াকৈ সজাই তোলা হৈছে পুজামণ্ডপ।আজি মহা অষ্টমী ৰ দিনা ডাৱৰীয়া বতৰৰ মাজতো হোৱাইট হাউচ চাবলৈ ৰামকৃষ্ণ পল্লীত ভীৰ কৰা দেখা অসংখ্য লোকৰ। ইয়াৰ উপৰিও চেলফী পইন্ট আৰু ফুলনি আদিৰে দৰ্শকৰ বাৱে আকৰ্ষনীয় কৰি তোলা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પ્રતિબદ્ધતા દિવસ ૯ ડિસેમ્બર દાહોદ અનાજ મહાજન સાર્વજનિક એજ્યુકેશન સોસાયટી__દાહોદ
પ્રતિબદ્ધતા દિવસ ૯ ડિસેમ્બર દાહોદ અનાજ મહાજન સાર્વજનિક એજ્યુકેશન સોસાયટી__દાહોદ
মাতৃ হ'ল অভিনেত্ৰী সোনম কাপুৰ
মুম্বাই, ২০ আগষ্ট। মাতৃ হ'ল সোনম কাপুৰ। প্ৰবীণ অভিনেত্ৰী নীতু কাপুৰে তেওঁৰ ইনষ্টাগ্ৰামত পোষ্ট...
ધોરણ 12 વિજ્ઞાન પ્રવાહ સહિત ગુજકેટના પરિણામમાં શ્રી વસિષ્ઠ વિદ્યાલય વાવનું ઉત્તમ પરિણામ.
આજ રોજ જાહેર થયેલા ધોરણ 12 વિજ્ઞાન પ્રવાહના પરિણામ સ્વરૂપે વાવની વસિષ્ઠ વિદ્યાલયના વિદ્યાર્થીએ...
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কুন্দৰগাওৰ দুখন শিক্ষানুস্থানত "হৰ ঘৰ ত্ৰিৰংগা" সজাগতামূলক শোভাযাত্ৰা ।
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত কুন্দৰগাওৰ দুখন শিক্ষানুস্থানত "হৰ ঘৰ ত্ৰিৰংগাৰ" ...
वसूली बंद कराये जाने की मांग जिलाधिकारी आजमगढ़ को सौंपा शिकायती पत्र।
जनपद आजमगढ़ में,वसूली बंद कराये जाने की मांग जिलाधिकारी को सौंपा शिकायती पत्र।मालूम होकि...