কাজিৰঙাত বিদেশী পৰ্যটকে আশীষ ল'লে মাঁ দূৰ্গাৰ।লগতে ঢাকৰ তালে তালে নাচিলে বিদেশী পৰ্যটকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ সুদূৰ ইজৰাইলৰ পৰা অহা দুই পৰ্যটকৰ নাম এল'ন আৰু লি'য়ন।ইজৰাইলৰ পৰা অহা দুই পৰ্যটকক কহঁৰা বাৰোৱাৰী পূজা মণ্ডপত সেৱা লোৱা দেখা গল।মাৰ আশীষ লৈ মহিলা পৰ্যটকগৰাকী ঢাকৰ তালে তালে নাচি আপোনপাহৰা হৈ পৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શક્તિનગર વાછરાદાદા ના મંદિર પાસે જુગાર રમી રહેલા 6 શખ્સો ઝડપાયા
શક્તિનગર વાછરાદાદા ના મંદિર પાસે જુગાર રમી રહેલા 6 શખ્સો ઝડપાયા
चाय बगीचे के नाले में गिर कर एक व्यक्ति की मौत
चाय बगीचे के नाले में गिर कर एक व्यक्ति की मौत
iOS 18 Beta 5: Apple ने डेवलपर्स के लिए नया बीटा अपडेट किया रिलीज, ब्राउजिंग का बदल जाएगा अंदाज
टेक कंपनी एपल ने कुछ हफ्तों पहले ही iOS 18 beta 4 अपडेट रिलीज किया था। इसी कड़ी में डेवलपर्स के...