যিটো সময়ত চৰকাৰে ৰূপায়ন কৰা বিভিন্ন আচঁনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠি আহিছে সেই সময়তে চৰকাৰী আচঁনিৰ সফল ৰূপায়ন তথা প্ৰধানমন্ত্ৰীৰ আবাসগৃহ আচঁনিৰ নিজৰ সমষ্টিত সঠিকভাৱে ৰূপায়ন হৈছে নে নাই তাৰ বুজ লোৱৰ বাবে নিজা সমষ্টিৰ গাঁৱে গাঁৱে চাইকেল চলাই প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ নিৰ্মাণ ৰ কাম কাজ স্বচক্ষে পৰ্যবেক্ষণ কৰিছে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। পুৱাই ঘৰৰ পৰা ওলোৱা বিধায়ক গৰাকীয়ে সমষ্টিটোৰ পঞ্চায়তৰ জনপ্ৰতিনিধি সকলক লগত লৈ চাইকেলৰ পেডেল মাৰি মাৰি হিতাধিকাৰীৰ ঘৰত উপস্থিত হৈ চৰকাৰী আবাসগৃহ সঠিক ভাবে নিৰ্মাণ হৈছে নে নাই সেয়া পৰ্যাবেক্ষন কৰে।চতিয়া সমষ্টিৰ অন্তৰ্গত ১৯ টা গাঁও পঞ্চায়ততে চৰকাৰী আঁচনিৰ সঠিক ৰূপায়ন হোৱাটো সৰ্বতোপ্ৰকাৰে গুৰুত্ব আৰোপ কৰিছে বিধায়কগৰাকীয়ে। ইফালে সমষ্টিটোত নিৰ্মাণ হৈ থকা প্ৰধানমন্ত্ৰী আবাসগৃহ সমূহৰ ভিতৰত প্ৰতিটো পঞ্চায়ততে যি গৰাকী হিতাধিকাৰিয়ে ভালকৈ গৃহটি নিৰ্মাণ কৰি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হব সেই গৰাকী হিতাধিকাৰীক একোটাকৈ টেলিভিছন উপহাৰ দিয়াৰ কথাও ঘোষনা কৰে বিধায়ক গৰাকীয়ে। চৰকাৰী আঁচনিৰ সফল ৰূপায়নৰ বাবে বিধায়ক গৰাকীয়ে সমষ্টিটোত লোৱা এই পদক্ষেপ ইতিবাচক হিচাপে বিবেচিত হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિધાનસભાના અધ્યક્ષશ્રી શંકરભાઈ ચૌધરી અને ગૃહ રાજ્યમંત્રીશ્રી હર્ષભાઈ સંઘવીના હસ્તે ૭૦ નવીન બસોનો લોકાર્પણ સમારોહ યોજાયો....
મંત્રીશ્રી હર્ષભાઇ સંઘવીએ સ્લીપર અને લક્ઝરી બસોનું લોકાર્પણ કરી નવિન બસપોર્ટમાં ફરીને મુસાફરો...
હાલોલમાં ગોધરા બાયપાસ રોડ પર કંજરી ચોકડી પાસે 2 બાઈકો વચ્ચે સર્જાયો અકસ્માત.
હાલોલમાં ગોધરા બાયપાસ રોડ પર કંજરી ચોકડી પાસે 2 બાઈકો વચ્ચે સર્જાયો અકસ્માત.
Maharashtra Seat Sharing : सीट शेयरिंग पर महाराष्ट्र में भी फंसेगा पेंच? | NCP | Shivsena | Election
Maharashtra Seat Sharing : सीट शेयरिंग पर महाराष्ट्र में भी फंसेगा पेंच? | NCP | Shivsena | Election
ભાભર પોલીસે નર્મદા કેનાલ પરથી ઇલેક્ટ્રીક મોટરની ચોરી કરતાં ત્રણ શખ્સોને ઝડપ્યા
બનાસકાંઠા જીલ્લાના ભાભર પોલીસે નર્મદા કેનાલ પરથી ઈલેક્ટ્રીક મોટરની ચોરી કરતી ટોળકીને ઝડપી પાડી...