নাৰায়ণপুৰ এগৰাকী সু-কবি তথা শিক্ষক দিলীপ পৰাজুলীক প্ৰজ্ঞা ৰত্ন সন্মানেৰে সন্মানিত কৰা হয়৷ যোৰহাটৰ কুহুমযোগনীয়া দহগাঁৱৰ পুলাই সুত সোৱঁৰনী মঞ্চত অনুষ্ঠিত প্ৰজ্ঞাকস্তুৰীৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনত পৰাজুলীক প্ৰজ্ঞা ৰত্ন সন্মানেৰে সন্মানিত কৰে ৷ অনুষ্ঠানত ন পুৰনি বহুগৰাকী কবিৰ কাব্যগ্ৰন্থৰ লগতে পৰাজুলীৰ “সোৱণশিৰি পাৰলৈ আহিবা” কাব্য গ্ৰন্থ উন্মোচন কৰা হয়৷ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চামগুৰি গাঁৱৰ নিবাসী দিলীপ পৰাজুলীৰ সাফল্যত গৌৰাম্বিত নাৰায়ণপুৰৰ সুধীসমাজ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અંબાજી છાપરી ચેકપોસ્ટ પર સુરક્ષા માં વધારો, 31 ડિસેમ્બરને ધ્યાને લઈ તમામ વાહનોનું બારીકાઈ થી ચેકિંગ..
અંબાજી છાપરી ચેકપોસ્ટ પર સુરક્ષા માં વધારો, 31 ડિસેમ્બરને ધ્યાને લઈ તમામ વાહનોનું બારીકાઈ થી...
কাজিৰঙাত পথ নিৰ্মাণত নামিল গাওঁৰ ৰাইজ
কাজিৰঙাত পথ নিৰ্মাণত নামিল গাওঁৰ ৰাইজ। বৰবিল মিচিং গাওঁৰ ৰাইজে অৱশেষত নিজেই নামিল পথ মেৰামতিত।...
मशहूर कॉमेडियन राजू श्रीवास्तव का हुआ निधन।।
मशहूर कॉमेडियन राजू श्रीवास्तव का हुआ निधन।।
তিনিচুকীয়াৰ সুৱচনী পথত ১৬.৩৪ গ্ৰাম ড্ৰাগছ সহ দুজনক আটক তিনিচুকীয়া আৰক্ষীৰ
তিনিচুকীয়া আৰক্ষীৰ ড্ৰাগছ্ বিৰোধী অভিযান অব্যাহত ।
তিনিচুকীয়াৰ সুৱচনী পথৰ প্ৰকাশ দাস নামৰ এটা...