চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত দূৰ্গা পূজালৈ আগমণ ঘটিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ। অন্যান্য প্ৰান্তৰ লগতে সোণাৰিতো এতিয়া শাৰদীয় দুৰ্গাপূজাৰ আনন্দ, উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। পূজাস্থলীসমূহত দেৱী দুৰ্গাৰ উপাসনা তথা আশীষ ল'বলৈ ভিৰ কৰিছে জনতাই। ষষ্ঠীৰ বেদীত মা দূৰ্গাৰ প্ৰতিমা স্থাপন কৰা পাছত আজি পূৱাৰেপৰা আৰম্ভ হৈছে অষ্টমী পূজা। সোণাৰিৰ অন্যান্য পূজাস্থলীৰ লগতে চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে শাৰদীয় দূৰ্গা পূজালৈও আগমণ ঘটিছে ভক্তৰ। ষষ্ঠ বছৰৰ বাবে অনুষ্ঠিত হোৱা দূৰ্গা পূজা ভাগ এইবাৰ অসমীয়া সমাজ জীৱনক প্ৰতিফলিত কৰিব পৰাকৈ বাঁহ-বেত তথা জাপি আদিৰে নিৰ্মিত মণ্ডপত অনুষ্ঠিত কৰা হৈছে। জাকজমকতা বাদ দি এইবাৰ আধ্যাত্মিক পৰিৱেশৰ মাজত চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ষষ্ঠ বাৰ্ষিক শাৰদীয় দূৰ্গা পূজা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
થરાદમાં ભરબજારે દારૂડિયા નો આતંક આવ્યો સામે.નશામાં ચકચૂર દારૂડિયોના દરસ્યો થયા વાયરલ...
થરાદમાં ભરબજારે દારૂડિયા નો આતંક આવ્યો સામે.નશામાં ચકચૂર દારૂડિયોના દરસ્યો થયા વાયરલ...
Lok Sabha Elections 2024: हैदराबाद में चढ़ा सियासी पारा, नामांकन से पहले Madhavi Latha का रोड शो
Lok Sabha Elections 2024: हैदराबाद में चढ़ा सियासी पारा, नामांकन से पहले Madhavi Latha का रोड शो
રાધનપુર : ગોતરકા ગામ ખાતે અવકાશી યંત્ર પડતાં લોકો ભયભીત | SatyaNirbhay News Channel
રાધનપુર અવકાશી યંત્ર પડતાં લોકો ભયભીત | SatyaNirbhay News Channel