ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ নগৰৰ মাজমজিয়াত মৰাণ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এটা মোবাইল চোৰ আটক কৰে। উল্লেখ্য যে অভিযোগ অনুসৰি কিছুদিনৰ পূৰ্বে তিলৈ গজপুৰীয়াৰ এঘৰ লোকৰ পৰা মোবাইল চুৰি হৈছিল । ইয়াৰ পিছতে এই সন্দৰ্ভত মৰাণ আৰক্ষীক এজাহাৰ দাখিল কৰিছিল মোবাইল চুৰিৰ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে। মৰাণ আৰক্ষীয়ে মোবাইল চুৰি সন্দৰ্ভত তদন্ত অব্যাহত ৰাখি গোপন সূত্ৰৰ পম খেদি আটক কৰে খোৱাঙ আৰক্ষী থানাৰ অন্তৰ্গত তিনি নং মাধকলিৰ স্বৰ্গীয় ইউছুফ আলীৰ পুত্ৰ আফজেল আলী (24) ক আৰু মৰাণ আৰক্ষীয়ে আজি জেল হাজোতলৈ প্ৰেৰণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
AAJTAK 2 | FM NIRMALA SITHARAMAN ने क्यों भिड़ गए नेता विपक्ष MALLIKARJUN KHARGE ? | AT2 VIDEO
AAJTAK 2 | FM NIRMALA SITHARAMAN ने क्यों भिड़ गए नेता विपक्ष MALLIKARJUN KHARGE ? | AT2 VIDEO
મેરી મા કે બરાબર કોઈ નહીં… જીવ જોખમમાં નાંખી પોતાના બચ્ચાઓને બચાવતા ઉંદરનો વીડિયો વાયરલ
મેરી મા કે બરાબર કોઈ નહીં… વરસાદ આવ્યા બાદ પોતાનો જીવ જોખમમાં નાંખી પોતાના બચ્ચાઓને બચાવતા...
পুনৰ জালত পৰিল সৰ্বশিক্ষা অভিযান মিছনৰ বিষয়া আজহাৰুল ইছলাম।
অসম আৰক্ষীৰ দুৰ্নীতিবিৰোধী অভিযানত পুনৰ জালত পৰিল সৰ্বশিক্ষা অভিযান মিছনৰ ধুবুৰীৰ বিষয়া আজহাৰুল...
Redmi 13C की भारत में होने जा रही एंट्री, लॉन्चिंग डेट से हटा पर्दा; इस दिन आ रहा फोन
शाओमी स्मार्टफोन भारतीय ग्राहकों को खूब पसंद आते हैं। इसी कड़ी में भारतीय मार्केट में एक नए...