আজি শাৰদীয় দুৰ্গাপূজাৰ মহাষ্টমী পূজা৷অন্যন্যা প্ৰান্তৰ লগতে কামৰূপ আৰু নলবাৰী জিলা সীমান্তবৰ্তী ঠাই বাহাৰঘাট অঞ্চলৰ কেইবাখনো পূজাস্থলীত অগনন ভক্তৰ সমাগম হৈছে৷প্ৰতিখন পূজাতে পূৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে শৰাই নৈবদ্য আগবঢ়াই দেৱীৰ আশিৰ্বাদ বিছাৰিছে৷ইয়াৰ ভিতৰত কামপীঠ বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা,সৌৰামুৰী দুৰ্গাপূজা,বৰপূল্লা বাৰোৱাৰী দুৰ্গাপূজা,নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা(দেহাৰকুছি)আঠঘৰিয়া পূৱ উপৰ বৰভাগ দুৰ্গাপূজা,আঠঘৰিয়া বিষহৰি মন্দিৰ দুৰ্গাপূজা,বৰখালা দুৰ্গাপূজা,বৰগাছা দুৰ্গাপূজাকে ধৰি সকলো পূজাস্থলীতেে যথেষ্ট সংখ্যক ৰাইজৰ সমাগম হয়৷পূজাত নিশাৰ ভাগত আকৰ্ষনীয় সাংস্কৃতিক কাৰ্য্যসূচী ও ৰূপায়িত কৰিব বুলি উদযাপন সমিতি সমূহে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરતમાં AAP માટે પ્રતિષ્ઠાનો જંગ | AAP in Gujarat | Gujarat Assembly Election 2022 | ZEE 24 Kalak
સુરતમાં AAP માટે પ્રતિષ્ઠાનો જંગ | AAP in Gujarat | Gujarat Assembly Election 2022 | ZEE 24 Kalak
MCN NEWS | गंगापूर तालुक्यात मोठ्या प्रमाणात अवैध गौण खनिज ऊत्खनन सुरूच
MCN NEWS | गंगापूर तालुक्यात मोठ्या प्रमाणात अवैध गौण खनिज ऊत्खनन सुरूच
প্ৰধান মন্ত্ৰীৰ মন কি বাটৰ বাবেই জীয়াই আছে ৰেডিঅ'
প্ৰধান মন্ত্ৰীৰ মন কি বাটৰ বাবেই জীয়াই আছে ৰেডিঅ'
Paris Olympics 2024: ओलंपिक में मेडल दिलाने वाले कोच पर आफत, Samresh Jung का घर गिराने की तैयारी
Paris Olympics 2024: ओलंपिक में मेडल दिलाने वाले कोच पर आफत, Samresh Jung का घर गिराने की तैयारी
શહેરમાં ક્યાં ? મુખ્યમંત્રી આવાસ યોજનામાં લિફ્ટ બંધ કરી દેવામાં આવતા કચેરીએ વિરોધ નોંધાવ્યો જુવો 👉👇
શહેરમાં ક્યાં ? મુખ્યમંત્રી આવાસ યોજનામાં લિફ્ટ બંધ કરી દેવામાં આવતા કચેરીએ વિરોધ નોંધાવ્યો જુવો 👉👇