আজি শাৰদীয় দুৰ্গাপূজাৰ মহাষ্টমী পূজা৷অন্যন্যা প্ৰান্তৰ লগতে কামৰূপ আৰু নলবাৰী জিলা সীমান্তবৰ্তী ঠাই বাহাৰঘাট অঞ্চলৰ কেইবাখনো পূজাস্থলীত অগনন ভক্তৰ সমাগম হৈছে৷প্ৰতিখন পূজাতে পূৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে শৰাই নৈবদ্য আগবঢ়াই দেৱীৰ আশিৰ্বাদ বিছাৰিছে৷ইয়াৰ ভিতৰত কামপীঠ বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা,সৌৰামুৰী দুৰ্গাপূজা,বৰপূল্লা বাৰোৱাৰী দুৰ্গাপূজা,নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা(দেহাৰকুছি)আঠঘৰিয়া পূৱ উপৰ বৰভাগ দুৰ্গাপূজা,আঠঘৰিয়া বিষহৰি মন্দিৰ দুৰ্গাপূজা,বৰখালা দুৰ্গাপূজা,বৰগাছা দুৰ্গাপূজাকে ধৰি সকলো পূজাস্থলীতেে যথেষ্ট সংখ্যক ৰাইজৰ সমাগম হয়৷পূজাত নিশাৰ ভাগত আকৰ্ষনীয় সাংস্কৃতিক কাৰ্য্যসূচী ও ৰূপায়িত কৰিব বুলি উদযাপন সমিতি সমূহে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तिलवाड़ा मेले में लगी दुकानों में मिल रहे हैं तरह तरह के आईटम...
तिलवाड़ा मेले में लगी दुकानों में मिल रहे हैं तरह तरह के आईटम...
One day International Conference organized in BMS college for women
One day International Conference organized in BMS college for women
राहुल गांधी महाराष्ट्र में कांग्रेस नेताओं से मुलाकात करेंगे:विधानसभा चुनाव के लिए MVA दलों के साथ सीट शेयरिंग और पार्टी की तैयारियों का जायजा लेंगे
कांग्रेस नेता और लोकसभा में नेता विपक्ष राहुल गांधी सोमवार को महाराष्ट्र दौरे पर रहेंगे। वे...
आदरणीय शरद पवार साहेबांसारखा लोकनेता होणे नाही.
आदरणीय शरद पवार साहेबांसारखा लोकनेता होणे नाही.
GTUના નવા પ્રયોગથી વિદ્યાર્થીઓ નિરાશ, ગુજરાતી માધ્યમમાં અભ્યાસનો ક્યોં હતો નિર્ણય
GTUના નવા પ્રયોગથી વિદ્યાર્થીઓ નિરાશ, ગુજરાતી માધ્યમમાં અભ્યાસનો ક્યોં હતો નિર્ણય