শাৰদীয় দুৰ্গা পূজাৰ আনন্দৰ মাজতে গোলাঘাটত চোৰৰ টিঘলঘিলনি

দেওবাৰে নিশা গোলাঘাট নগৰ স্থিত পাব্লিক বাছ আস্থানৰ এখন মোবাইল দোকানত চোৰে চলালে চাফাই অভিযান। শাৰদীয় দুৰ্গা পূজাৰ বাবে আৰক্ষীয়ে আইন শৃংখলা বজাই ৰখা ক্ষেত্ৰত কটকটীয়া ব্যবস্থা কৰা পিছতো যোৱা নিশা নগৰৰ মাজমজিয়াত অৱস্থিত বাছ আস্থানৰ এই মোবাইল ফোনৰ দোকানৰ পৰা চোৰে প্ৰায় ১৫ খনতকৈ আধিক কিপেড মবাইল, বিভিন্ন মডেলৰ মোবাইলফোনৰ বেটাৰি আৰু চাৰ্জাৰ ইত্যাদি লগতে দোকান খনত লগাই থোৱা চি চি কেমেৰা দুখনো লয় উধাও হয়। বৰ্তমান চোৰিৰ এই ঘটনা সম্পৰ্কে গোলাঘাট আৰক্ষীক অৱগত কৰা পিছত আৰক্ষীৰ এটা দলে আহি ঘটনা স্থলীত উপস্হিত হয় আৰু গোচৰ ৰুজো কৰি তদনন্ত আৰম্ভ কৰি