ধুবুৰীৰ নাঁও দূৰ্ঘটনাত নিহত হোৱা চক্ৰ বিষয়া সঞ্জু দাসৰ পৰিয়াললৈ সমবেদনা জ্ঞাপনৰ লগতে শোক প্ৰকাশ কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে। লগতে আজি মৰাণত মন্ত্ৰী যোগেন মহনে কয় যে নাও দূৰ্ঘটনাক জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কথা। আজি সঞ্জু দাসৰ শৎকাৰ অনুষ্ঠানত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজহ বিভাগৰ যুটীয়া সচিব আনন্দ কুমাৰ দাস উপস্থিত থাকিব। চৰকাৰৰ নিয়ম অনুসৰি সঞ্জু দাসৰ পৰিয়ালে সকলো আৰ্থিক সাহাৰ্য আৰু অন্য সা সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে ৰাজহ আৰু দুৰ্যোগ প্ৰশমনৰ মন্ত্ৰী যোগেন মহনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ધ્રાંગધ્રા માલવણ હાઇવે પરથી ઇંગ્લિશ દારૂ, મોબાઈલ,રોકડા,સહીત કુલ રૂ.૩૬.૦૯ લાખના મુદ્દામાલ સાથે એક
ધ્રાંગધ્રા માલવણ હાઇવે પરથી ઇંગ્લિશ દારૂ, મોબાઈલ,રોકડા,સહીત કુલ રૂ.૩૬.૦૯ લાખના મુદ્દામાલ સાથે એક
Review of the web series Made For Each Other: Lust Stories 2. - Newzdaddy
Newzdaddy Entertainment updates
The wedding of Veda (Mrunal Thakur) and Arjun (Angad Bedi) is...
বিদেশী পৰ্যটকৰ উপস্থিতিত চলাপথাৰ শ্যামগাওঁত মাই কৌ চুম ফাই উদযাপন
বিদেশী পৰ্যটকৰ উপস্থিতিত চলাপথাৰ শ্যামগাওঁত মাই কৌ চুম ফাই উদযাপন
जान से मारने की सास और देवर ने दी धमकी.
जान से मारने की सास और देवर ने दी धमकी.