ধুবুৰীৰ নাঁও দূৰ্ঘটনাত নিহত হোৱা চক্ৰ বিষয়া সঞ্জু দাসৰ পৰিয়াললৈ সমবেদনা জ্ঞাপনৰ লগতে শোক প্ৰকাশ কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহনে। লগতে আজি মৰাণত মন্ত্ৰী যোগেন মহনে কয় যে নাও দূৰ্ঘটনাক জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ কথা। আজি সঞ্জু দাসৰ শৎকাৰ অনুষ্ঠানত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজহ বিভাগৰ যুটীয়া সচিব আনন্দ কুমাৰ দাস উপস্থিত থাকিব। চৰকাৰৰ নিয়ম অনুসৰি সঞ্জু দাসৰ পৰিয়ালে সকলো আৰ্থিক সাহাৰ্য আৰু অন্য সা সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে ৰাজহ আৰু দুৰ্যোগ প্ৰশমনৰ মন্ত্ৰী যোগেন মহনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વડોદરામાં કોર્પોરેશન ખાતે બેઠક યોજાઇ
#buletinindia #gujarat #vadodara
Prajawal Revanna Case: कर्नाटक अश्लील वीडियो मामले में तीन और पीड़िता SIT के पास पहुंचीं, जांच एजेंसी ने प्रज्वल रेवन्ना की विदेश में तलाश तेज की
बेंगलुरु। कर्नाटक अश्लील वीडियो मामले में विशेष जांच दल (एसआईटी) ने जदएस के फरार सांसद और...
પેપર કપ બંધ કરાવવા અધિકારીઓ મેદાને ઊતર્યા
પેપર કપ બંધ કરાવવા અધિકારીઓ મેદાને ઊતર્યા
निरोगी जीवन के लिए योग को अपनाएं ----संभागीय अतिरिक्त निदेशक, आयुर्वेद विभाग कोटा
जिला कलेक्टर अक्षय गोदारा के निर्देशन में नवाचार के तहत बूंदी के लोगों को नियमित योगाभ्यास के...
સંતરામપુર નગરમાં પર્વતભાઇ ફોજીને આમ આદમી પાર્ટીને મળતો સહકાર
મહીસાગર જિલ્લાના સંતરામપુર તાલુકામાં વિધાનસભાની ચૂંટણીઓની કામગીરી પૂરજોશમાં શરૂ થઈ ચૂકી છે ત્યારે...