ৰাজ্যত দূৰ্গা পূজাৰ উল্লাস-উদ্দীপনাৰ মাজতেই মহাষ্টমীৰ পুৱাতেই পথ দুৰ্ঘটনাত মৃত্যু হ'ল চৰাইদেউ জিলাৰ বৰহাটৰ দুই যুৱক। চামগুৰিৰ ডাউনটাউন ৰিজৰ্টৰ সমীপত সংঘটিত শোকাবহ পথ দূৰ্ঘটনা প্ৰাণ হেৰুৱালে বৰহাটৰ দুই যুৱকে। মটৰচাইকেল আৰু দহচকীয়া ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত দুই মটৰচাইকেল আৰোহী।দূৰ্ঘটনাটো সংঘটিত কৰিয়েই গুৱাহাটীৰ দিশে পলায়ন কৰে দ্ৰুতবেগী দহচকীয়া ট্ৰাক খনে। দূৰ্ঘটনাটোৰ ফলত থিতাতে নিহত চৰাইদেউৰ বৰহাটৰ পাপু গগৈ, নিহত আনজন একে গাঁৱৰে বিপুল গগৈ। নিহত পাপু গগৈ বৰহাট গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িত, দুয়োজন গুৱাহাটী দিশৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকাৰ অৱস্থাত সংঘটিত হয় দূৰ্ঘটনাটো।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જિલ્લામાંથી 39 શકુનીઓને જુગાર રમતા ઝડપાયા
જિલ્લામાંથી 39 શકુનીઓને જુગાર રમતા ઝડપાયા
રવિવારે સિહોર શહેરમાં પૈગબર સાહેબ નો જન્મોત્સવ ઉજવાશે
આગામી રવિવારના રોજ પૈગમ્બર સાહેબનો જન્મોત્સવ ભવ્યતાથી ઉજવવામાં આવનાર છે. જો કે છેલ્લા બે વર્ષ થયા...
Jaipur Muslim Boy Murder: मुस्लिम लड़के की मौत पर बवाल...जयपुर में माहौल खराब! | Protest | News
Jaipur Muslim Boy Murder: मुस्लिम लड़के की मौत पर बवाल...जयपुर में माहौल खराब! | Protest | News