গোলাঘাট কৰ্ট ৰোডত এটা দুগ্ধ কেন্দ্ৰ পৌৰসভাই ভাঙি দিয়াক লৈ পৌৰসভাৰ ওপৰত ক্ষোভ উজাৰিলে আমচু সভাপতি ইচাদ হুচেইনে l গোলাঘাট নগৰৰ মাজমজিয়া স্থিত জিলা ন্যায়াধীশ আদালতৰ সমীপত এটা চৰকাৰী স্বীকৃতি প্ৰাপ্ত দুগ্ধ বিতৰণ কেন্দ্ৰটো কোনো জাননী প্ৰেৰণ নকৰা কৈয়েই স্থান স্থানান্তৰ কৰা সন্দৰ্ভত পৌৰসভাক তীব্ৰ সমালোচনা কৰে আজি আমচুৰ জিলাৰ সভাপতি ইচাদ হুচেইনে l আৰু যদি শীঘ্ৰে কি কাৰণত এটা চৰকাৰী স্বীকৃতি প্ৰাপ্ত দুগ্ধ কেন্দ্ৰ স্থানান্তৰ কৰিলে কাৰ অনুমতিত সেয়া পৌৰসভাই ৰাজহুৱা নকৰে তেনেহলে পৌৰসভাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনতোৰ বিষয় ববিয়া সকলে l উল্লেখযোগ্য যে ২০১১ চনৰ গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বৰ্তমানৰ অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগে উদ্ঘাটন কৰিছিল উক্ত দুগ্ধ বিক্ৰী কেন্দ্ৰতো। গোলাঘাট জিলাৰ ভিতৰত মাত্ৰ তিনিটা চৰকাৰী স্বীকৃতি প্ৰাপ্ত দুগ্ধ কেন্দ্ৰৰ ভিতৰত এইটো এটা অন্যতম l
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গাহৰি ফাৰ্মে গাঁৱৰ পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ আৰক্ষীক দিয়াৰ বাবেই গুৰুলা গুৰুলকৈ পহাৰ এজনক।
গাহৰি ফাৰ্মে গাঁৱৰ পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ আৰক্ষীক দিয়াৰ বাবেই গুৰুলা গুৰুলকৈ পহাৰ এজনক।...
চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগত ভুৱা নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ AJYCP
চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগত ভুৱা নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে অসম জাতীয়তাবাদী...
आज है निर्जला एकादशी का व्रत, जानें पूजा का शुभ मुहूर्त और पूजन विधि
साल कुल 24 एकदाशी पड़ती है. जिसमें ज्येष्ठ माह के शुक्ल पक्ष की एकादशी तिथि को निर्जला एकादशी का...
Botad||શહેરમાં થી નશાની હાલતે ઝડપાયા #news #botadnews #botad #botadpolice
Botad||શહેરમાં થી નશાની હાલતે ઝડપાયા #news #botadnews #botad #botadpolice
સુરત : અડાજણમાં સ્કૂલવાનના ડ્રાઇવરના નામે કંપની બનાવી | SatyaNirbhay News Channel
સુરત : અડાજણમાં સ્કૂલવાનના ડ્રાઇવરના નામે કંપની બનાવી | SatyaNirbhay News Channel