গোলাঘাট কৰ্ট ৰোডত এটা দুগ্ধ কেন্দ্ৰ পৌৰসভাই ভাঙি দিয়াক লৈ পৌৰসভাৰ ওপৰত ক্ষোভ উজাৰিলে আমচু সভাপতি ইচাদ হুচেইনে l গোলাঘাট নগৰৰ মাজমজিয়া স্থিত জিলা ন্যায়াধীশ আদালতৰ সমীপত এটা চৰকাৰী স্বীকৃতি প্ৰাপ্ত দুগ্ধ বিতৰণ কেন্দ্ৰটো কোনো জাননী প্ৰেৰণ নকৰা কৈয়েই স্থান স্থানান্তৰ কৰা সন্দৰ্ভত পৌৰসভাক তীব্ৰ সমালোচনা কৰে আজি আমচুৰ জিলাৰ সভাপতি ইচাদ হুচেইনে l আৰু যদি শীঘ্ৰে কি কাৰণত এটা চৰকাৰী স্বীকৃতি প্ৰাপ্ত দুগ্ধ কেন্দ্ৰ স্থানান্তৰ কৰিলে কাৰ অনুমতিত সেয়া পৌৰসভাই ৰাজহুৱা নকৰে তেনেহলে পৌৰসভাৰ বিৰুদ্ধে আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে সংগঠনতোৰ বিষয় ববিয়া সকলে l উল্লেখযোগ্য যে ২০১১ চনৰ গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বৰ্তমানৰ অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগে উদ্ঘাটন কৰিছিল উক্ত দুগ্ধ বিক্ৰী কেন্দ্ৰতো। গোলাঘাট জিলাৰ ভিতৰত মাত্ৰ তিনিটা চৰকাৰী স্বীকৃতি প্ৰাপ্ত দুগ্ধ কেন্দ্ৰৰ ভিতৰত এইটো এটা অন্যতম l
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ওদালগুৰিৰ শুক্লাইত ভয়ংকৰ পথ দুৰ্ঘটনা
*ওদালগুৰিৰ শুক্লাইত ভয়ংকৰ পথ দুৰ্ঘটনা*
कीटनाशक का छिड़काव करते समय किसान की मौत
बून्दी। सदर थाना क्षेत्र के नीम का खेड़ा में बुधवार दोपहर अपने खेत पर किट नाशक का छिड़काव करते समय...
પાકિસ્તાન 13 વર્ષ પછી વર્લ્ડ કપ ફાઇનલમાં_*
*_ન્યુઝીલેન્ડને 7 વિકેટે હરાવ્યું, બાબર-રીઝવાનની 100 રનની ઓપન પાર્ટનરશીપ_
*પાકિસ્તાન ક્રિકેટ...
જિલ્લા મેજીસ્ટ્રેટશ્રીએ મતદાન મથકોની આજુબાજુના ૨૦૦ મીટરના વિસ્તારમાં ચારથી વધુ વ્યક્તિએ ભેગા થવા પર પ્રતિબંધ ફરમાવ્યો.
વિધાનસભા સામાન્ય ચૂંટણી-૨૦૨૨ની આદર્શ આચારસંહિતા અમલી છે. પ્રથમ અને દ્વિતીય એમ બે તબક્કામાં મતદાન...
#LumpyVirus अशोक गहलोत बोले, लंपी वायरस बीमारी को राष्ट्रीय आपदा घोषित करे केंद्र
#LumpyVirus अशोक गहलोत बोले, लंपी वायरस बीमारी को राष्ट्रीय आपदा घोषित करे केंद्र