যোৱা ২৭ আগষ্টৰ পৰা মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা আন্তঃ ক্লাব 'এ' ডিভিজন লীগৰ মঙ্গলবাৰে অনুষ্ঠিত চতুৰ্থ খন খেল ১-১ গ'লত ড্ৰ হয়। অসমজ্যোতি ক্লাবৰ হৈ বুদ্ধ পাতৰে খেলৰ ৬৭ মিনিটত ভূৰবন্ধা নবজ্যোতি ক্লাবক প্ৰথম গ'লটো দিয়ে যদিও মাত্ৰ দুই মিনিটৰ ব্যৱধানতে নৱজ্যোতি ক্লাবৰ হৈ নিৰেণ ডেকাই অসমজ্যোতি ক্লাবক দিয়া গ'লৰে ক্ষমতা স্থাপন কৰাত আজিৰ চতুৰ্থ খন লীগ খেল ড্ৰ হয় । কাইলৈ পঞ্চম খন লীগ খেল অনুষ্ঠিত হ'ব বলে বম ক্লাব বনাম মৰিগাঁও স্পৰ্টিং ক্লাবৰ মাজত ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajasthan Politics: राजस्थान में चुनाव से पहले विधायक का अनोखा अंदाज | Om Prakash Hudla | Aaj Tak
Rajasthan Politics: राजस्थान में चुनाव से पहले विधायक का अनोखा अंदाज | Om Prakash Hudla | Aaj Tak
প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰা বিষয়টো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব মৰানত কলে মন্ত্ৰী যোগেন মহনে
প্ৰাঞ্জল ঘাটোৱাৰ বিজেপিত যোগদান কৰা বিষয়টো দলৰ নেতৃত্বই সিদ্ধান্ত ল'ব মৰানত কলে মন্ত্ৰী যোগেন মহনে
4 વર્ષની બાળા ઉપર દુષ્કર્મ આચરનાર નરાધમને 20 વર્ષની સખત કેદની સજા, SPએ શું કહ્યું જુઓ Video
અરવલ્લી : 4 વર્ષની બાળા ઉપર દુષ્કર્મ આચરનાર નરાધમને 20 વર્ષની સખત કેદની સજા, SPએ શું કહ્યું જુઓ...
एक गैराज से हुई थी ऑनलाइन सर्च इंजन Google की शुरुआत, स्पेलिंग मिस्टेक से पड़ गया था गूगल नाम
आज के ही दिन ठीक 26 साल पहले 1998 में गूगल की नींव एक गैराज से पड़ी थी। आज गूगल सर्च इंजन दुनिया...