আজি শাৰদীয় শ্ৰীশ্ৰী দুৰ্গাপূজাৰ মহাসপ্তমী পূজা৷মণ্ডপেে মণ্ডপেে চলিছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ উপসনা৷পূৱাৰে পৰা অগনন ভক্তপ্ৰাণ ৰাইজৰ সমাবেশ প্ৰতিটো পূজামণ্ডপত৷হাতে হাতে ধুপধুনা নৈবদ্য লৈ দেৱীৰ আশীষ মাগিছে কোটি কোটি জনতাই৷পিচ পৰি থকা নাই বাহাৰঘাট অঞ্চলৰ পূজা মণ্ডপ সমূহো৷অঞ্চলটোৰ কেইবাটাও পূজা মণ্ডপত ভক্তপ্ৰাণ ৰাইজৰ ঠাহ খাই পৰা অৱস্থা৷মুঠৰ ওপৰত মহাসপ্তমীৰ দিনাই ৰাইজৰ উচাহৰ উজান উঠিছে৷ইয়াৰ ভিতৰত নলবাৰী জিলাৰ অন্যতম দুৰ্গাপূজা পশ্চিম বড়িগোগ সাৰ্ব্বজনীন শ্ৰীশ্ৰী দুৰ্গাপূজা,দেহাৰকুছিটো ব্যাপক সংখ্যাক ৰাইজৰ সমাগম হোৱা দেখা গৈছে৷উক্ত পূজাত নিশা নাগাৰা নাম চোৱা দৰ্শকো যথেষ্ট পৰিমাণৰ হোৱা দেখা গৈছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગઢાળા ગામે કેનાલ પરના પુલની લંબાઇ પહોળાઇ વધારવા માંગણી | SatyaNirbhay News Channel
ગઢાળા ગામે કેનાલ પરના પુલની લંબાઇ પહોળાઇ વધારવા માંગણી | SatyaNirbhay News Channel
অসমীয়া লোকগীত #Assamese_folk_music_video//#Assamese_street_song//#assam_folk_song
অসমীয়া লোকগীত #Assamese_folk_music_video//#Assamese_street_song//#assam_folk_song
કાલેડા ગામે મોરબી પુલ હોનારતમાં મૃત્યુ પામેલા મૃતકોની આત્માની શાંતિ માટે મૌન પાળી શ્રદ્ધાંજલિ અર્પણ.
કાલેડા ગામે મોરબી પુલ હોનારતમાં મૃત્યુ પામેલા મૃતકોની આત્માની શાંતિ માટે મૌન પાળી શ્રદ્ધાંજલિ અર્પણ.