ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমাত অৱস্থিত মৰাণ চহৰত দুৰ্গা পূজা শান্তিপূৰ্ণ ভাৱে অনুষ্ঠিত কৰিবলৈ মৰাণত প্ৰশাসনে স্থাপন কৰিছে মৰাণ দুৰ্গা পূজা সমন্বয়ৰক্ষী কাৰ্যালয় । আজি মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত পূজা সমন্বয়ৰক্ষী কাৰ্যালয় পৰিদৰ্শন কৰিলে চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাই। লগতে আজি পূজা সমন্বয়ৰক্ষী কাৰ্যালয় মৰাণ ৰাজহ চক্ৰ সংলগ্ন বিষয়া পাপৰি বৰগোহাঁই আৰু মৰাণ পৌৰসভাৰ পৌৰপতি গৰাকীয়ে ফিটা কাটি শুভ উদ্বোধন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিক্ষকতাৰ বৃত্তিত কলংক চিচিবৰগাঁৱত মহিলাক বলাৎকাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল এজন শিক্ষক
শিক্ষকতাৰ বৃত্তিত কলংক চিচিবৰগাঁৱত মহিলাক বলাৎকাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল এজন শিক্ষক
ধেমাজিৰ...
Lok Sabha Election Results: तीसरी बार चुनाव जीतने के बाद उपराष्ट्रपति धनखड़ से मिले PM Modi, खाने में परोसा गया यह खास व्यंजन
नई दिल्ली। लोकसभा चुनाव में लगातार तीसरी बार जीत दर्ज करने के बाद प्रधानमंत्री नरेंद्र मोदी...
સૌર ઊર્જાના ઉત્પાદનમાં ગુજરાત નંબર-1 વાપીમાં ઊર્જામંત્રી કનુ દેસાઈનું નિવેદન
સૌર ઊર્જાના ઉત્પાદનમાં ગુજરાત નંબર-1 : વાપીમાં ઊર્જામંત્રી કનુ દેસાઈનું નિવેદન
Arjun Modhwadia Joins BJP: Gujarat Congress के सीनियर MLA ने थामा BJP का दामन | Loksabha Election
Arjun Modhwadia Joins BJP: Gujarat Congress के सीनियर MLA ने थामा BJP का दामन | Loksabha Election
कोटा में एक और कोचिंग छात्र ने फंदा लगाकर दी जान
एक और कोचिंग छात्र ने फंदा लगाकर दी जान
पुलिस ने शव को रखवाया मोर्चरी में ...