ভাৰতৰ উত্তৰ-পূবত অৱস্থিত অসম ৰাজ্যৰ উত্তৰ-পূৰ্ব কোণত অৱস্থিত এখন জিলা লখিমপুৰ। উল্লেখ্য যে,ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত লখিমপুৰ আৰু ডিব্ৰুগড় মহকুমা দুটাৰে তেতিয়াৰ লখিমপুৰ জিলা গঠন হৈছিল। সেইসময়ত ইয়াৰ চাৰিসীমা আছিল পূৰ্বে ব্ৰহ্মপুত্ৰ নদী,পশ্চিমে হাৱাজান নৈ, উত্তৰে নেফা আৰু দক্ষিণে লোহিত সুঁতি। ১৯৭১ চনৰ ২ অক্টোবৰ তাৰিখে এই জিলাখনক লক্ষীমপুৰ আৰু ডিব্ৰুগড় জিলা হিচাপে দ্বিবিভক্ত কৰা হয়। তেতিয়াৰ পৰাই আজিৰ এই বিশেষ দিনটোত উদযাপন কৰি অহা হৈছে লখিমপুৰ জিলা দিৱস হিচাপে।বৰ্তমানৰ লখিমপুৰ জিলাৰ চাৰিসীমা হ'ল উত্তৰে অৰুণাচল প্ৰদেশ,দক্ষিণে মাজুলী জিলা আৰু ব্ৰহ্মপুত্ৰ নদী,পূবে ধেমাজি জিলা আৰু ডিব্ৰুগড় জিলা আৰু পশ্চিমে বিশ্বনাথ জিলা। জিলাখনৰ সদৰ হৈছে উত্তৰ লখিমপুৰ। মহকুমা ৩টা- উত্তৰ লখিমপুৰ নাৰায়ণপুৰ আৰু ঢকুৱাখনা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસામાં સોમી વાહીની અને પોલીસે ફૂટ પેટ્રોલીંગ કર્યું
ડીસામાં સંવેદનશીલ વિસ્તારોની માહિતી મળી રહે અને કટોકટીના સમયમાં કેવી રીતે આ વિસ્તારોમાં પરિસ્થિતિ...
વિજાપુર પોલીસ સ્ટેશનના ગૌવંશ (વાછરડા) ચોરીના ગુન્હામા નાસતા ફરતા આરોપીને, ઝડપી પાડતી ક્રાઇમ બ્રાન્ચ
વિજાપુર પોલીસ સ્ટેશનના ગૌવંશ (વાછરડા) ચોરીના ગુન્હામા નાસતા ફરતા આરોપીને, ઝડપી પાડતી ક્રાઇમ બ્રાન્ચ
જુઓ આપણી સરકારી યોજનાઓ લગભગ આવી જ હોય છે વિડિયો બનાવવા વાળાને ધન્યવાદ.
જુઓ આપણી સરકારી યોજનાઓ લગભગ આવી જ હોય છે વિડિયો બનાવવા વાળાને ધન્યવાદ.