আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই, ২০২২ : সমগ্ৰ ভাৰতবৰ্ষত ১৬ জুলাইত ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ আই.চি.এ.আৰৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰিছে। এই উপলক্ষে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত মূৰব্বী তথা প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ সৱল নেতৃত্বত ৯৪তম আই.চি.এ.আৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত কেন্দ্ৰীয়ভাৱে ভাৰ্চুৱেল অনুষ্ঠান কামৰূপ কৃষক ৰাইজৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে অনুষ্ঠিত হয়। বিশেষকৈ কৃষকৰ আয় দুগুনীকৰণ (DFI)ৰ আঁচনিৰ অন্তৰ্ভুক্ত কষক যুৱক-যুৱতীসকল এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ভাৰ্চুৱেল যোগে কেন্দ্ৰীয়ভাৱে জলবায়ু সহিষ্ণু খেতি, ভূমি সংৰক্ষণ, প্ৰাকৃতিক খেতি উদ্যান শস্য আদি কৃষি সম্বন্ধীয় বিষয়ৰ ওপৰত সম্প্ৰচাৰ কৰে। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে বহুতো কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত কৃষক ৰাইজৰ লগত মতবিনিময় কৰে। কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ আৰু কৰ্মকৰ্তাসকলৰ সহযোগিতাত ২০০ জনৰো অধিক কৃষক, যুৱক-যুৱতী, মহিলাৰ উপস্থিতিত সফলতাভাৱে এই প্ৰতিষ্ঠা দিৱস কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাহমৰাৰ বৰবিলৰ নয়নজ্যোতি সংঘৰ অধিৱেশনত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন
মাহমৰাৰ বৰবিলৰ নয়নজ্যোতি সংঘৰ অধিৱেশনত উপস্থিত থাকে কেবিনেট মন্ত্ৰী যোগেন মহন
MP समेत 17 राज्यों में बारिश, आंधी का आरेन्ज Alert.
MP समेत 17 राज्यों में बारिश, आंधी का ऑरेंज अलर्ट, 22 जून तक इन राज्यों में मानसून की एंट्री,...
কোকৰাঝাৰৰ অসম বংগৰ সীমান্তত আৰক্ষীৰ সফলতা
https://youtu.be/t4VFgMyp_d8
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অসম পশ্চিমবংগৰ সীমান্ত শ্ৰীৰামপুৰত আৰক্ষীৰ...
Realme Note 50 के अलावा इस साल लॉन्च होंगे Note सीरीज के दो और Smartphone, यहां जानें डिटेल
Realme अपने पहले Note 50 स्मार्टफोन को लॉन्च करने की तैयारी में है। ये डिवाइस 23 जनवरी को लॉन्च...