মাজুলী জিলা ভাওনা সন্মিলনৰ দ্বাৰা আয়োজিত অসম ভিত্তিত মাতৃভাষা ভাওনা নাটৰ পাণ্ডুলিপি প্ৰতিযোগিতা-২০২২ৰ আজি ফলাফল ঘোষণা কৰা হয় | মাজুলীৰ কমলাবাৰীত আয়োজন কৰা এখন সংবাদ-মেলত এই ঘোষণা কৰে মাজুলী জিলা ভাওনা সন্মিলনৰ সভাপতি প্ৰভাত বৰা বুঢ়াভকতে | জিলা সন্মিলনৰ কাৰ্যকৰী সভাপতি ড০ অৰূপ কুমাৰ বৰা, উপ সভাপতি দীপক বৰুৱা প্ৰমুখ্যে ভাওনা সন্মিলনৰ গুণেশ্বৰ গায়ন, নৃপেন কলিতা, উৎপল কৌশিক শইকীয়া, ধ্ৰুৱজ্যোতি বৰা ইত্যাদি উপস্থিত থকা অনুষ্ঠানটিত সাংবাদিকসকলৰে হোৱা সংবাদ- মেলখনৰ আঁত ধৰে সাধাৰণ সম্পাদকৰূপে জয়ন্ত হাজৰিকাই | সকলো প্ৰতিযোগীৰ লগতে স্থানপ্ৰাপকসকললৈ কৃতজ্ঞতা আৰু অভিনন্দন জনাইছে সন্মিলনীয়ে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ধলাৰ আৰৈমুৰীয়া গাওঁৰ এগৰাকী ব্যক্তি সন্ধানহীন।
ধলাৰ আৰৈমুৰীয়া গাওঁৰ এগৰাকী ব্যক্তি সন্ধানহীন।
લીમડી એસટી ડેપોના ડ્રાઇવર કંડકટર અને કર્મચારીઓએ કાળી પટ્ટી ધારણ કરી સરકાર સામે નોંધાવ્યો વિરોધ
લીમડી એસટી ડેપોના ડ્રાઇવર કંડકટર અને કર્મચારીઓએ કાળી પટ્ટી ધારણ કરી સરકાર સામે નોંધાવ્યો વિરોધ
इस्राइल को सता रही ईरान की ओर से हमले की चिंता, अब अमेरिका और ब्रिटेन से मांगी मदद
पश्चिम एशिया में बढ़ते तनाव को लेकर इस्राइल की चिंता बढ़ती जा रही है। अब इस्राइल को अमेरिका और...
કોની રહેમ નજર હેઠળ આવક ના ખોટા દાખલા નીકળ્યા શરૂઆત ક્યા થી થઈ
ખેડબ્રહ્મા તાલુકામાં કેટલાક વિધાર્થીઓના વાલીઓએ પોતાની ખોટી આવક બતાવી સંબધિત કચેરીમાંથી આવકના...