জাতিৰ পিতা, মহামানৱ তথা অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে আজি সোণাৰিৰ থুকুবিল ১৪ নং ৱাৰ্ডৰ ৩৩ নং বুথৰ দেৱজিৎ দত্ত বাসগৃহত স্বদেশী, খাদী আৰু স্বচ্ছতাৰ অভিযান শীৰ্ষক এটা কাৰ্যসূচী গ্ৰহণ কৰা হয়। চৰাইদেউ জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত স্থানীয় শিপীনি সকলৰ লগত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মত বিনিময় কৰা লগতে সামূহিক চাফাই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিধায়ক গৰাকীৰ লগত অংশগ্ৰহণ কৰে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, চাহ মৰ্চাৰ সম্পাদক উমাকান্ত তাছা, সোণাৰি পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ সকলৰ লগতে, চৰাইদেউ জিলা বিজেপিৰ উপ-সভাপতি গোপীনাথ ৰায়, সদস্য প্ৰবাল দে , যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ প্ৰমূখ্যে বহু কেইজন দলীয় কাৰ্যকৰ্তা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શ્રી બ્રહ્મચારી
ભગવતીનંદજી એજ્યુકેશન ટ્રસ્ટ સંચાલિત શ્રી બ્રહ્માનંદજી જિલ્લા લોક વિજ્ઞાન કેન્દ્ર જૂનાગઢ,જિલ્લા શિક્ષણાધિકારી ની કચેરી જૂનાગઢ તથા જિલ્લા પ્રાથમિક શિક્ષણાધિકારી શ્રી ની કચેરી જૂનાગઢ ના સંયુક્ત ઉપક્રમે નેશનલ લેવલ સાયન્સ સેમિનાર 2022 નું આયો
ગુજરાત કાઉન્સિલ ઓન સાયન્સ એન્ડ ટેકનોલોજી ,ડિપાર્ટમેન્ટ ઓફ સાયન્સ એન્ડ ટેકનોલોજી ગુજરાત સરકાર...
Shivsainik on Uday Samant Car Attack | नुसत्या गाड्याच नाही, त्यांनाही फोडू - शिवसैनिक
Shivsainik on Uday Samant Car Attack | नुसत्या गाड्याच नाही, त्यांनाही फोडू - शिवसैनिक
ઈકબાલગઢ રેલ્વે ઓવરબ્રિજ પર સ્ટ્રીટ લાઈટો બંધ હોવાના અભાવના કારણે લોકો માં રોષ@live24newsgujarat
ઈકબાલગઢ રેલ્વે ઓવરબ્રિજ પર સ્ટ્રીટ લાઈટો બંધ હોવાના અભાવના કારણે લોકો માં રોષ@live24newsgujarat
One Side Lower Back Pain Treatment | Best Exercises And Self Massage For One Side Back Pain Relief
One Side Lower Back Pain Treatment | Best Exercises And Self Massage For One Side Back Pain Relief