জাতিৰ পিতা, মহামানৱ তথা অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে আজি সোণাৰিৰ থুকুবিল ১৪ নং ৱাৰ্ডৰ ৩৩ নং বুথৰ দেৱজিৎ দত্ত বাসগৃহত স্বদেশী, খাদী আৰু স্বচ্ছতাৰ অভিযান শীৰ্ষক এটা কাৰ্যসূচী গ্ৰহণ কৰা হয়। চৰাইদেউ জিলা বিজেপিৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত স্থানীয় শিপীনি সকলৰ লগত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মত বিনিময় কৰা লগতে সামূহিক চাফাই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিধায়ক গৰাকীৰ লগত অংশগ্ৰহণ কৰে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, চাহ মৰ্চাৰ সম্পাদক উমাকান্ত তাছা, সোণাৰি পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ সকলৰ লগতে, চৰাইদেউ জিলা বিজেপিৰ উপ-সভাপতি গোপীনাথ ৰায়, সদস্য প্ৰবাল দে , যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ প্ৰমূখ্যে বহু কেইজন দলীয় কাৰ্যকৰ্তা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वाढदिवसानिमित्त अनेकांना शुभेच्छा देण्याची इच्छा होती. सर्वांना भेटणं शक्य नाही म्हणून YOUTUBE LIVE
वाढदिवसानिमित्त अनेकांना शुभेच्छा देण्याची इच्छा होती. सर्वांना भेटणं शक्य नाही म्हणून YOUTUBE LIVE
तुम्ही कुत्र्याला कधी गाताना पाहिले आहे का,
मालकासोबत चक्क गाणे गातोय कुत्रा...
चक्क कुत्रा गातो गाणं.
Breaking News: Punjab के DSP की गोली मारकर हत्या, सड़क किनारे मिली लाश | Aaj Tak Live
Breaking News: Punjab के DSP की गोली मारकर हत्या, सड़क किनारे मिली लाश | Aaj Tak Live
Israel-Hamas War को 2024 Election में भुनाया जाएगा? इसी पर Rajdeep और Rahul भिड़ गए।Netanagri
Israel-Hamas War को 2024 Election में भुनाया जाएगा? इसी पर Rajdeep और Rahul भिड़ गए।Netanagri