পৰ্যটকৰ বাবে দেওবাৰৰ পৰা মুকলি হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ মিহিমুখেদি প্ৰায় ৫০ খনকৈ জীপচী গাড়ী পৰ্যটকক লৈ প্ৰৱেশ কৰে কঁঁহৰা বনাঞ্চলত।উল্লেখ্যে যে বতৰৰ অনিশ্চয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ কেৱল কঁহৰা আৰু বাগৰী বনাঞ্চলৰ পৰ্যটন পথৰ একাংশহে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে।উল্লেখ্যে যে কোনো আনুষ্ঠানিক কাৰ্যসূচী অবিহনে এইবাৰ মুকলি কৰা হয় ৰাষ্ট্ৰীয় উদ্যান।মন কৰিবলগীয়া যে শেহতীয়াকৈ কাজিৰঙাত অনুষ্ঠিত চিন্তন শিবিৰৰ সময়ত সদগুৰুৱে মুকলি কৰিছিল ৰাষ্ট্ৰীয় উদ্যানখন।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिले में स्थानीय सार्वजनिक अवकाश घोषित
जिला कलक्टर अक्षय गोदारा ने कैलेंडर वर्ष 2025 में जिले में दो स्थानीय सार्वजनिक अवकाश घोषित किए...
ગારીયાધાર ના સુખપર ગામે સર્વ રોગ નિદાન કેમ્પનું આયોજન કરવામાં આવશે
ગારીયાધાર ના સુખપર ગામે સર્વ રોગ નિદાન કેમ્પનું આયોજન કરવામાં આવશે
નડિયાદ તાલુકાના વીણા ખાતે ઈદ એ મિલાદ ની ઉજવણી
નડિયાદ તાલુકાના વીણા ખાતે ઈદ એ મિલાદ ની આગલી રાત્રે જલસા નો પ્રોગ્રામ રાખવામા આવ્યો હતો જેમાં...
Israel Hamas War: Israel Defence Force के साथ BBC Team पहुंची Gaza (BBC Hindi)
Israel Hamas War: Israel Defence Force के साथ BBC Team पहुंची Gaza (BBC Hindi)