ভয়াৱহ ফেৰী দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল বালিজান ধূনাগুৰি ঘাটৰ এখন ফেৰী। 

@ অতিৰোক্ত বোজা কঢ়িয়াবলৈ চেষ্ঠা কৰা ফলতেই এই অঘটন।   

@ যাত্ৰীৰ জীৱনক লৈ হেটালি লেচীৰ।    

   @ আজি মাজুলী বালিজান ধূনাগুৰি পৰা লক্ষীমপুৰলৈ যোৱা এখন ফেৰী ভয়াৱহ দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰে।

@ পুৱা ১০ বজাত লক্ষীমপুৰ অভিমুখে গৈছিল ফেৰিখন 

 @ অৰ্ধশতাধিক যাত্ৰী, দুচকীয়া আৰু চাৰিচুকিয়া বাহন ফেৰীত উঠোৱাৰ ফলতেই সংঘটিত হবলৈ লৈচিল এই দূৰ্ঘটনাৰ।

অভাৰলোডৰ ফলত বহি যায় ফেৰী খনৰ এটা চাইড। 

 @ পূৰ্নৰাবিৰ্তি হল হেতেন ৮ ছেপ্টেম্বৰৰ নিমাতী ফেৰী দূৰ্ঘটনাৰ দৰে ঘটনা।

@ ফেৰী পৰা নমাই দিলে যাত্ৰী সকলক। 

@ যাত্ৰী সকলৰ মাজত হাহাকৰ পৰিৱেশৰ সৃষ্টি হয়।