শিক্ষাই হৈছে মানৱ জীৱনৰ মূল ভেটি আৰু ঘৰখনেই হ’ল শিক্ষাৰ কঠিয়াতলী। তাৰ পিছতে স্থান পঢ়াশালিৰ ৷ এই কথাষাৰে সৰগত কৰি মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰী সকলক উচ্ছাস দিবলৈ আজি বাসুদেৱ বাটচৰামুখত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা দুই কৃতী ছাত্র-ছাত্ৰীক জনোৱা হল সম্বৰ্ধনা ।বাটচৰামুখ প্ৰাথমিক নামঘৰত বাটচ'ৰামুখ, অমুদ বৰবাৰী, ভেটতলি আৰু লাহোৱাল আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত সমাজকৰ্মী দিপাংকৰ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানটো উদ্দেশ্য ব্যাখ্যা কৰে উন্নয়ন সমিতিৰ সম্পাদক দিগেন কামানে ৷সভাৰ উদ্ধোধনী ভাষণ দিয়ে সমাজকৰ্মী গুণ চুতীয়াই। ইপিনে এই অনুষ্ঠানতে চাৰিখন গাঁৱৰ ভিতৰত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা বহু কেইগৰাকী মেধাৱী ছাত্র-ছাত্ৰীক চাৰিখন গাঁৱৰ আঞ্চলিক উন্নয়ন সমিতিয়ে উৎসাহ, উদ্দীপনা আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যে ২০০৯ বৰ্ষৰ পৰা এইদৰে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। আনহাতে অনুষ্ঠানত উপস্থিত থাকি নিদিষ্ট বক্তা হিচাবে সমাজকৰ্মী খগেশ্বৰ বৰুৱা আৰু ভেটতলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণৱ কুমাৰ শইকীয়াই ছাত্র -ছাত্ৰী সকলৰ উদ্দেশ্যি বক্তব্য ৰাখে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Subramanian Swamy Legal Notice to Akshay Kumar | Ram Setu Movie पर विवाद
Subramanian Swamy Legal Notice to Akshay Kumar | Ram Setu Movie पर विवाद
Trump Impact IT Stocks Future Rally Alert | Consumer Sector | Mahesh Patil | 10 Ke Damdar Trades
Trump Impact IT Stocks Future Rally Alert | Consumer Sector | Mahesh Patil | 10 Ke Damdar Trades
गोलाघाट में हृदय विदारक घटना, ई रिक्शा को चार्ज करने के दौरान बिजली की चपेट में आने से चालक की मौत
असम के गोलाघाट जिला अंतर्गत तोरफात अंचल में बृहस्पतिवार को एक हृदय विदारक घटना सामने आई। आज...
US on the brink of financial crisis? Treasury warns of total cash crunch as early as June 1
The United States is facing a financial crisis, as Treasury Secretary Janet Yellen has warned...