ৰাজ্যত এতিয়া শাৰদীয় দুৰ্গাপূজাৰ আনন্দ, উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। পূজাস্থলীসমূহত আজি পালন কৰা হৈছে সপ্তমী পূজা। ষষ্ঠীৰ বেদীত মা দূৰ্গাৰ প্ৰতিমা স্থাপন কৰা পাছত আজি পূৱাৰেপৰা আৰম্ভ হৈছে সপ্তমী পূজা। অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ যুৱ সমাজৰ উদ্যোগতো অনুষ্ঠিত কৰা হৈছে শাৰদীয় দূৰ্গা পূজা। ষষ্ঠ বছৰৰ বাবে অনুষ্ঠিত হোৱা দূৰ্গা পূজা ভাগ এইবাৰ অসমীয়া সমাজ জীৱনক প্ৰতিফলিত কৰিব পৰাকৈ বাঁহ-বেত তথা জাপি আদিৰে নিৰ্মিত মণ্ডপত অনুষ্ঠিত কৰা হৈছে। জাকজমকতা বাদ দি এইবাৰ আধ্যাত্মিক পৰিৱেশৰ মাজত চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ষষ্ঠ বাৰ্ষিক শাৰদীয় দূৰ্গা পূজা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
আজাদি কা অমৃত মহোৎসৱ : শোণিতপুৰত অমৃত সৰোবৰ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ আচঁনিৰ নিৰ্মাণ কাৰ্য্যৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
শোণিতপুৰ জিলাত ৭৬ টা অমৃত সৰোবৰ আঁচনি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ ১৬০৪ টা গৃহ নিৰ্মাণৰ কাম আৰম্ভ
দেশজুৰি চলি থকা আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি অসম চৰকাৰৰ জলসিঞ্চন, গৃহ আৰু নগৰ...
ಬೆಂಗಳೂರಿನ ಸೇಂಟ್ ಮಾರ್ಥಾಸ್ ಆಸ್ಪತ್ರೆ ವತಿಯಿಂದ ಜನವರಿ 11ರಂದು 'ಸೇಂಟ್ ಮಾರ್ಥಾಸ್ ಗಾಲಾ ನೈಟ್' ಸಂಗೀತ ಕಚೇರಿ ನಡೆಯಲಿದೆ.
ಬೆಂಗಳೂರು, ಜನವರಿ 9, 2025
ಬೆಂಗಳೂರಿನ ಸೇಂಟ್ ಮಾರ್ಥಾಸ್ ಆಸ್ಪತ್ರೆ ಸಿಬ್ಬಂದಿ ಪತ್ರಿಕಾಗೋಷ್ಠಿ ಆಯೋಜಿಸಿದ್ದರು. ಈ...
BOTAD - સર્કિટ હાઉસ ખાતે યુવા મોરચાની બેઠક યોજાઈ
BOTAD - સર્કિટ હાઉસ ખાતે યુવા મોરચાની બેઠક યોજાઈ
राहुल ने PM की तुलना बाइडेन से की:बोले- मोदी जी की याद्दश्त कमजोर हो रही है, अमेरिकी राष्ट्रपति को भी भूलने की बीमारी है
कांग्रेस सांसद राहुल गांधी ने शनिवार को महाराष्ट्र के चंद्रपुर में प्रधानमंत्री नरेंद्र मोदी की...