ৰাজ্যত এতিয়া শাৰদীয় দুৰ্গাপূজাৰ আনন্দ, উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। পূজাস্থলীসমূহত আজি পালন কৰা হৈছে সপ্তমী পূজা। ষষ্ঠীৰ বেদীত মা দূৰ্গাৰ প্ৰতিমা স্থাপন কৰা পাছত আজি পূৱাৰেপৰা আৰম্ভ হৈছে সপ্তমী পূজা। অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ যুৱ সমাজৰ উদ্যোগতো অনুষ্ঠিত কৰা হৈছে শাৰদীয় দূৰ্গা পূজা। ষষ্ঠ বছৰৰ বাবে অনুষ্ঠিত হোৱা দূৰ্গা পূজা ভাগ এইবাৰ অসমীয়া সমাজ জীৱনক প্ৰতিফলিত কৰিব পৰাকৈ বাঁহ-বেত তথা জাপি আদিৰে নিৰ্মিত মণ্ডপত অনুষ্ঠিত কৰা হৈছে। জাকজমকতা বাদ দি এইবাৰ আধ্যাত্মিক পৰিৱেশৰ মাজত চৰাইদেউ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে ষষ্ঠ বাৰ্ষিক শাৰদীয় দূৰ্গা পূজা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सूरत की 19 साल की कॉलेज स्टूडेंट गुलनाझ पठान ने कठिन 5 राउंडको सफलतापूर्वक जीत कर मिस सूरत 2022 बनी।
सूरत की 19 साल की कॉलेज स्टूडेंट गुलनाझ पठान ने कठिन 5 राउंडको सफलतापूर्वक जीत कर मिस सूरत 2022 बनी।
Haryana Election: Vinesh Phogat को दिया Congress ने टिकट, Julana से लड़ेंगी चुनाव | Harvinder Phogat
Haryana Election: Vinesh Phogat को दिया Congress ने टिकट, Julana से लड़ेंगी चुनाव | Harvinder Phogat
নুমলীগড়ৰ মৰঙি পথাৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হাতীটোৰ ৷
নুমলীগড়ৰ মৰঙি পথাৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু ৷ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হাতীটোৰ ৷
...
Apple iPhone 16 ने डिस्प्ले के मामले में किया निराश, मिड-रेंज एंड्रॉइड स्मार्टफोन से भी खराब मिली रेटिंग
DXOMark की डिस्प्ले टेस्ट रिजल्ट में Apple iPhone 16 को 40वीं रैंक मिली है। वहीं एंड्रॉइड के...