সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি ভজো ৰাজহুৱা প্ৰেক্ষাগৃহত গান্ধী জয়ন্তী পালন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ঘনশ্যাম ফুকনে ৷ সংগঠনটোৰ চৰাইদেউ জিলাৰ সভাপতি সুৰুজ গগৈ , যুটীয়া সম্পাদক উৎপল গগৈ আৰু সুভাষ বড়া , কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ৰতন গুপ্ত , সদস্য ৰাজেশ দে সহিতে ভালেকেইজন সদস্য উপস্থিত থকা কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সকলোৱে পুষ্পাঞ্জলী দি শ্ৰদ্ধা নিবেদন কৰে ৷ গান্ধীজীৰ জাতি আৰু দেশৰ প্ৰতি থকা অৱদান সোঁৱৰণ কৰি সকলোৱে চমু বক্তব্য ৰাখি দিনটোৰ বাবে স্থানীয় ৰাইজৰ শ্ৰদ্ধা নিবেদনৰ বাবে কায্যসূচী মুকলি ৰখা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાલોલ કોંગ્રેસ દ્વારા ગાંઘી જયંતી અને લાલ બહાદુર શાસ્ત્રી ની જન્મ જયંતી ની ઉજવણી કરાઈ
કાલોલ કોંગ્રેસ દ્વારા ગાંઘી જયંતી અને લાલ બહાદુર શાસ્ત્રી ની જન્મ જયંતી ની ઉજવણી...
তিনিচুকীয়াৰ বৰডুবি আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ছয় পেকেট ব্ৰাউন চুগাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী
তিনিচুকীয়াৰ বৰডুবি আৰক্ষীয়ে খেদি খেদি আটক কৰিলে ছয় পেকেট ব্ৰাউন চুগাৰ সহ ড্ৰাগছ সৰবৰাহকাৰী
नऊ किलो गांजासह स्कॉर्पिओ गाडी पकडण्यात नेकनूर पोलिसांना यश!
नऊ किलो गांजासह स्कॉर्पिओ गाडी पकडण्यात नेकनूर पोलिसांना यश!
रामनाथ कोविंद बनने जा रहें हैं सोनिया गांधी के पड़ोसी, 12 जनपथ बगला मिला
रामनाथ कोविंद का कार्यकाल आज ख़त्म हो रहा है। खबर है कि सेवानिवृत्ति के बाद अब रामनाथ कोविंद का...
નવ વિધાનસભાના પરિણામ માં 7 સિટ પર ભાજપ આગલ..
નવ વિધાનસભાના પરિણામ માં 7 સિટ પર ભાજપ આગલ..