আজি মহাসপ্তমী৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাঙৰ ৰাজগড় ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানৰ পূজাস্থলীত পুৱাৰে পৰা মহাসপ্তমী উপলক্ষে ভক্তৰ ভীৰ দেখিবলৈ পোৱা গৈছে। সকলোৱে মংগল কামনা কৰি হাতে হাতে ধূপ-দীপ-নৈবদ্যলৈ মাৰ ওচৰত আশীষ কামনা কৰিছে। পূজাস্থলীত দেৱীৰ বন্দনা, ঢাক-ঢোল, শংখ, উৰুলীৰে সমগ্ৰ ওখল-মাখল পৰিবেশে বিৰাজ কৰিছে। টিংখাঙৰ ৰাজগড়ৰ ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানৰ শতবৰ্ষ গৰকিবলগীয়া দূৰ্গা পূজা ভাগত প্ৰতি বছৰে জাকজমকতাৰ পৰিবৰ্তে আধ্যাত্মিকতাই প্ৰাধান্য লাভ কৰি আহিছে। প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় এই পূজা ভাগত। এইবাৰো পূৰ্বৰ দৰেই পূজা ভাগৰ গৰিমা বৰ্তাই ৰাখিবৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে পূজা সমিতিয়ে। পূজাৰ লগত সংগতি ৰাখি দিহানাম , শংখ , উৰুলি,দিহানাম আদি বিভিন্ন ধৰণৰ মাঙ্গলিক প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
2024 में कैसे हारेंगे PM Modi ? Congress के लिए भारत जोड़ो यात्रा बनेगी संजीवनी ! Nitish Kumar
2024 में कैसे हारेंगे PM Modi ? Congress के लिए भारत जोड़ो यात्रा बनेगी संजीवनी ! Nitish Kumar
गांधी जयंती पर कार्यक्रम का आयोजन
आगरा: गांधी जयंती है. राष्ट्रपिता महात्मा गांधी की 153वीं जयंती पर पूरे देश में जगह-जगह...
শিৱসাগৰ কলেজ উন্নীত কৰণ হ'ল শিৱসাগৰ ইউনিভাৰ্চিটিলৈ। অসম ৰাজ পত্ৰিত প্ৰকাশএই কথা।
বৃহস্পতি বাৰে সন্ধ্যা উখল মাখল পৰিবেশ শিৱসাগৰ কলেজ চৌহদত।অসম ৰাজপত্ৰত প্ৰকাশ জয়সাগৰ কলেজ...
देश के प्रति कुर्बान होने पर क्या बोले शहीद मेजर आशीष के परिवार | Anantnag Encounter | J&k News
देश के प्रति कुर्बान होने पर क्या बोले शहीद मेजर आशीष के परिवार | Anantnag Encounter | J&k News