আজি মহাসপ্তমী৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিংখাঙৰ ৰাজগড় ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানৰ পূজাস্থলীত পুৱাৰে পৰা মহাসপ্তমী উপলক্ষে ভক্তৰ ভীৰ দেখিবলৈ পোৱা গৈছে। সকলোৱে মংগল কামনা কৰি হাতে হাতে ধূপ-দীপ-নৈবদ্যলৈ মাৰ ওচৰত আশীষ কামনা কৰিছে। পূজাস্থলীত দেৱীৰ বন্দনা, ঢাক-ঢোল, শংখ, উৰুলীৰে সমগ্ৰ ওখল-মাখল পৰিবেশে বিৰাজ কৰিছে। টিংখাঙৰ ৰাজগড়ৰ ঐতিহাসিক শ্ৰী শ্ৰী যুৰীয়া আই থানৰ শতবৰ্ষ গৰকিবলগীয়া দূৰ্গা পূজা ভাগত প্ৰতি বছৰে জাকজমকতাৰ পৰিবৰ্তে আধ্যাত্মিকতাই প্ৰাধান্য লাভ কৰি আহিছে। প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় এই পূজা ভাগত। এইবাৰো পূৰ্বৰ দৰেই পূজা ভাগৰ গৰিমা বৰ্তাই ৰাখিবৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে পূজা সমিতিয়ে। পূজাৰ লগত সংগতি ৰাখি দিহানাম , শংখ , উৰুলি,দিহানাম আদি বিভিন্ন ধৰণৰ মাঙ্গলিক প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
नवो बाड़मेर अभियान-स्वच्छता की अभिनव पहल कई वार्डाें में चला सफाई अभियान,बबूल की झाड़ियां कटवाई
बाड़मेर,07 अक्टूबर। नवो बाड़मेर के तहत सोमवार को बाड़मेर शहर के विभिन्न वार्डाें में सफाई अभियान का...
'BJP शासित राज्य पेपर लीक के एपिसेंटर बन चुके हैं-राहुल गांधी
NEET परीक्षा में धांधली को लेकर कांग्रेस लगातार केंद्र सरकार पर हमला बोल रही है. अब इस मुद्दे पर...
देवेंद्र नगर में नवरात्रि और दशहरा की धूम
*देवेंद्रनगर में नवरात्रि और दशहरा उत्सव की धूम*
{रिपोर्ट अशोक विश्वकर्मा }
देवेंद्रनगर: इस वर्ष...
Top Trades For Tomorrow: बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश
Top Trades For Tomorrow: बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश
શેરબજારમાં આજે બ્લેક મન્ડે | MantavyaNews
શેરબજારમાં આજે બ્લેક મન્ડે | MantavyaNews