অসমৰ জনপ্ৰিয় অভিনেত্ৰী, পৰিচালক আইমী বৰুৱাই ৬৮সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বিশেষ সন্মান লাভ কৰি অসমৰ অভিনয় জগতৰ এক নতুন মাত্ৰা প্ৰদান কৰিলে। আইমী বৰুৱাই পৰিচালনা কৰা প্ৰথমখন ডিমাছা ভাষাৰ ছবি ছেমখৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ 'ৰজতকম বঁটা" লাভ কৰিছে। ছবি ছেমখৰ (Semkhor)ত কৰা অনবদ্য অভিনয়ৰ বাবে 'জুৰীৰ বিশেষ উল্লেখ' সন্মান প্ৰদান কৰা হৈছে আইমী বৰুৱাক। দুটাকৈ বঁটাৰে উজলি উঠা ছেমখৰে ৰজত কমল আৰু অভিনয় শাখাত জুৰীৰ বিশেষ সম্মান লাভ কৰা আইমী বৰুৱাক ১ আগষ্টত সাক্ষাৎ কৰি জাতীয় বস্ত্ৰ বৰণ কৰি শুভেচ্ছা জ্ঞাপন কৰিলে অসম ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ আকাশ ফুকনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बीड जिल्ह्यात जनावरांमध्ये लंपी स्किन आजाराचा प्रसार; जिल्हाधिकाऱ्यांकडून निर्बंध जारी
बीड जिल्ह्यात जनावरांमध्ये लंपी स्किन आजाराचा प्रसार; जिल्हाधिकाऱ्यांकडून निर्बंध जारी
जुने वर्गमित्र अठरा वर्षांनी भेटले; पाचोडच्या जवाहर कनिष्ठ महाविद्यालयाच्या विद्यार्थ्यांचा स्नेहमेळा
जुने वर्गमित्र अठरा वर्षांनी भेटले; पाचोडच्या जवाहर कनिष्ठ महाविद्यालयाच्या...
CWG ২০২২: ৯ ছেকেণ্ডত সিঁচৰতি হৈ পৰিছিল সোণৰ পদক, তথাপিও হাৰ নামানি ইতিহাস সৃষ্টি কৰিছিল
◾৯ ছেকেণ্ডৰ খৰচ কিমান হ’ব জানিব বিচাৰিলে পূজা গেহলটক সুধিব। ভাৰতৰ উত্থানশীল মহিলা...
Ex Army Chief का Galwan Clash पर बड़ा खुलासा | China | Indian Army
Ex Army Chief का Galwan Clash पर बड़ा खुलासा | China | Indian Army
बहू की पिटाई से ससुर की मौत परिवार में मातम
हत्यारोपी बहू गिरफ्तार देवेन्द्र नगर थाना अंतर्गत ग्राम बड़वारा की घटना
जिले के देवेंद्रनगर थाना अंतर्गत ग्राम बड़वारा में घर बनाने को लेकर हुए वाद विवाद में बहू...