সমাগত লোকসভা নিৰ্বাচন। ৰূপহীহাটত কাৰ্যসূচী আৰম্ভ কৰিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। নিৰ্বাচন আহিলেই ধিং, ৰূপহীহাট সমষ্টিত সক্ৰিয় হৈ পৰাৰ দৰে এইবাৰো তৎপৰ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। শনিবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট সমষ্টিৰ এটা আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে। স্থানীয় বিধায়ক নুৰুল হুদাক লগত লৈ শনিবাৰে ৰূপহীহাটৰ মুকুন্দ আটি সুঁতিৰপাৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে।প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ’বলগীয়া পকী পথৰ আধাৰশিলা স্থাপন কৰি জনসাধাৰণক সেৱা কৰিবলৈ কংগ্ৰেছক ক্ষমতাৰ প্ৰয়োজন বুলি মন্তব্য ভাষণ প্ৰসংগত মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে। আধাৰশিলা স্থাপনৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত শাসকীয় বিজেপি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰে গৌৰৱ গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ড্ৰাগছৰ কণ্টেইনাৰ সহ বুধবাৰে মৰাণ মিৰিহোলাৰ পৰা গ্ৰেপ্তাৰ হোৱা দুজন যুৱকক জেল হাজোতলৈ প্ৰেৰণ কৰিলে মৰাণ আৰক্ষীয়ে।
ড্ৰাগছৰ কণ্টেইনাৰ সহ বুধবাৰেড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন।প্ৰান্তৰৰ সমান্তৰাল ভাৱে মৰাণ...
Rajasthan Assembly By-Elections LIVE Updates: राजस्थान उपचुनाव की हॉट सीट पर कांग्रेस सांसद ने किया बड़ा दावा, डोटासरा बोले- 'विजयी भव:'
राजस्थान विधानसभा उपचुनाव के लिए बुधवार सुबह 7 बजे मतदान शुरू हो गया है. 7 विधानसभा सीटों के...
BMW CE 02 इलेक्ट्रिक स्कूटर अक्टूबर में होगा लॉन्च, मिलेंगे बेहतरीन फीचर्स और रेंज
मीडिया रिपोर्ट्स के मुताबिक BMW की ओर से अक्टूबर 2024 में नए इलेक्ट्रिक स्कूटर के तौर...
राजस्थान चुनाव 2023: बानसूर सीट पर त्रिकोणीय मुकाबला, तीनों ही पार्टी में कांटे की टक्कर
बानसूर सीट से कांग्रेस ने वर्तमान विधायक और राजस्थान सरकार में मंत्री शकुंतला रावत को टिकट दिया...
ભાભર ના કુવાળા મુકામેથી હાથ બનાવટની બંદુક સાથે એક ઈસમને પકડી પાડતી એસ. ઓ. જી બનાસકાંઠા પોલીસ....
શ્રી જે આર મોથલીયા પોલીસ મહા નિરીક્ષક સરહદી રેન્જ કચ્છ ભુજ તથા અક્ષયરાજ મકવાણા. પોલીસ અધિક્ષક...