সমাগত লোকসভা নিৰ্বাচন। ৰূপহীহাটত কাৰ্যসূচী আৰম্ভ কৰিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। নিৰ্বাচন আহিলেই ধিং, ৰূপহীহাট সমষ্টিত সক্ৰিয় হৈ পৰাৰ দৰে এইবাৰো তৎপৰ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ। শনিবাৰে কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰূপহীহাট সমষ্টিৰ এটা আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে। স্থানীয় বিধায়ক নুৰুল হুদাক লগত লৈ শনিবাৰে ৰূপহীহাটৰ মুকুন্দ আটি সুঁতিৰপাৰ সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ গৌৰৱ গগৈয়ে।প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হ’বলগীয়া পকী পথৰ আধাৰশিলা স্থাপন কৰি জনসাধাৰণক সেৱা কৰিবলৈ কংগ্ৰেছক ক্ষমতাৰ প্ৰয়োজন বুলি মন্তব্য ভাষণ প্ৰসংগত মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে। আধাৰশিলা স্থাপনৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত শাসকীয় বিজেপি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰে গৌৰৱ গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जमीनी विवाद के चलते माता पिता और बेटे को कुहाड़ी और लाठी डंडों से किया जानलेवा हमला
पन्ना ।
जमीनी विवाद के चलते माता-पिता व भाई पर कुल्हाड़ी लाठी-डंडों से किया जानलेवा हमला।...
Flight Delay या Cancel होने पर ये हैं DGCA Rules; एयरलाइन को कब माना जाएगा ज़िम्मेदार?
Flight Delay या Cancel होने पर ये हैं DGCA Rules; एयरलाइन को कब माना जाएगा ज़िम्मेदार?
Abdul Sattar यांना प्रश्नांचा भडीमार, Sanjay Rathod यांच्या प्रश्नावर सत्तार भडकले | Eknath Shinde
Abdul Sattar यांना प्रश्नांचा भडीमार, Sanjay Rathod यांच्या प्रश्नावर सत्तार भडकले | Eknath Shinde
WhatsApp Update: यूजर्स के प्रोफाइल पर दिखेंगे एनिमेटेड अवतार, कस्टमाइज करने का भी मिलेगा ऑप्शन
Meta के स्वामित्व वाली मैसेजिंग एप WhatsApp अपने प्लेटफॉर्म पर नए फीचर को टेस्ट कर रही है।...