সমীপৰ জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত হৃদৰোগৰ বিনামূলীয়া চিকিৎসা শিবিৰ এটি শুক্ৰবাৰে অনুষ্ঠিত হয়। নাৰায়ণা চুপাৰস্পেচিয়েলিটি হস্পিটেল, গুৱাহাটীৰ এটি চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলে জ্ঞানজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰে উক্ত শিবিৰটি। ডাঃ দিপু কুমাৰ সিং আৰু ডাঃ শশীন চাহাৰ নেতৃত্বত অহা চিকিৎসকৰ দলটিয়ে বৃহত্তৰ অঞ্চলটিৰ শতাধিক ৰোগীৰ চিকিৎসা কৰি ই,চি,জি, ব্লাড প্ৰেচাৰ আৰু আৰ,বি,এছৰ বিনামূলীয়া পৰীক্ষা কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হাৰমতী দৈনিক মাছ বজাৰত ভয়ানক অগ্নিকাণ্ডঃ ৩৫ খনকৈ দোকান ভষ্মীভূত
লালুক,১২ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ হাৰমতী বজাত আজি পুৱতি নিশা প্ৰায় ৩-৩০বজাত...
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান হাইস্কুল...
કોંગી ધારાસભ્ય વિરજી ઠુમ્મરની પોલીસે કરી ટીંગાટોળી
કોંગી ધારાસભ્ય વિરજી ઠુમ્મરની પોલીસે કરી ટીંગાટોળી
গোলাঘাট পৌৰসভাই বাতিল কৰিলে কৰিলে বৃদ্ধিৰ অধিসূচনা
গোলাঘাট পৌৰসভাই প্ৰত্যাহাৰ কৰিলে পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ
গোলাঘাট নাগৰিক মঞ্চৰ ধন্যবাদ...