সদৌ অসম নাগাৰা নাম সংঘৰ উদ্যোগত পশ্চিম দৰঙৰ কুঁহিয়াৰ কুছিত বিশিষ্ট নাগাৰা নামৰ শিল্পী প্ৰয়াত বলেন্দ্ৰ নাৰায়ণ কলিতাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। তদুপলক্ষে প্ৰয়াত বলেন্দ্ৰ নাৰায়ণ কলিতাৰ কুঁহিয়াৰ কুছিস্থিত বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সদৌ অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন সভাপতি ৰামচৰণ ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত বন্তি প্ৰজ্বলন কৰে সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি বলোৰাম বৈশ্যই। সভাত সদৌ অসম নাগাৰা নাম সংঘৰ উপ-সভাপতি বিষয় ডেকা, সম্পাদক নিপন দণ্ড কলিতা,প্ৰাক্তন সম্পাদক কৈলাস তালুকদাৰ, সহকাৰী সম্পাদক বসন্ত চহৰীয়া, সংঘৰ আইন উপদেষ্টা কুসুম দেৱী, দৰং-ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ সম্পাদক লক্ষ্যধৰ দাস কেইবাগৰাকীও বিশিষ্ট শিল্পী উপস্থিত থাকি প্ৰয়াত বলেন্দ্ৰ নাৰায়ণ কলিতাৰ স্মৃতি ৰোমন্থন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગુજરાતમાં નિર્દોષ પત્રકારો પર ખોટી ફરિયાદો ન થાય તે બાબતે આવેદન પત્ર આપ્યું
ગુજરાતમાં નિર્દોષ પત્રકારો ઉપર ખોટી ફરિયાદો ન થાય તે બાબતે સુરત જિલ્લાના નિષ્પક્ષ અને નિષ્ઠવાન...
વલસાડ LCBએ અતુલ ઓવરબ્રિજ પરથી એક ટેમ્પામાંથી 9 લાખથી વધુનો વિદેશી દારૂ ઝડપી પાડ્યો
વલસાડ એલસીબીની ટીમને મળેલી બાતમીના આધારે એક મરૂન કલરનો ટેમ્પો નંબર gj 15xx5136 દારૂનો જથ્થો ભરી...
સુરત શહેરના પંડોલ વિસ્તારમાં થયેલ હત્યાના બે આરોપીઓને crime બ્રાન્ચ ની ટીમે ઝડપી પાડ્યા.
સુરત શહેરના પંડોલ વિસ્તારમાં થયેલ હત્યાના બે આરોપીઓને crime બ્રાન્ચ ની ટીમે ઝડપી પાડ્યા.
સુરત ના...
બનાસકાંઠા : થરાદમાં ઠેર-ઠેર હોળી પ્રગટાવી મહોત્સવ | SatyaNirbhay News Channel
બનાસકાંઠા : થરાદમાં ઠેર-ઠેર હોળી પ્રગટાવી મહોત્સવ | SatyaNirbhay News Channel
UPSC উত্তীৰ্ণ নিবেদিতা দাসৰ ঘৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
যোৱা কালি ঘোষণা হোৱা UPSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা নিবেদিতা দাসৰ বাসভৱনত উপস্থিত হৈ...