সদৌ অসম নাগাৰা নাম সংঘৰ উদ্যোগত পশ্চিম দৰঙৰ কুঁহিয়াৰ কুছিত বিশিষ্ট নাগাৰা নামৰ শিল্পী প্ৰয়াত বলেন্দ্ৰ নাৰায়ণ কলিতাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়। তদুপলক্ষে প্ৰয়াত বলেন্দ্ৰ নাৰায়ণ কলিতাৰ কুঁহিয়াৰ কুছিস্থিত বাসগৃহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সদৌ অসম নাগাৰা নাম সংঘৰ প্ৰাক্তন সভাপতি ৰামচৰণ ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত বন্তি প্ৰজ্বলন কৰে সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতি বলোৰাম বৈশ্যই। সভাত সদৌ অসম নাগাৰা নাম সংঘৰ উপ-সভাপতি বিষয় ডেকা, সম্পাদক নিপন দণ্ড কলিতা,প্ৰাক্তন সম্পাদক কৈলাস তালুকদাৰ, সহকাৰী সম্পাদক বসন্ত চহৰীয়া, সংঘৰ আইন উপদেষ্টা কুসুম দেৱী, দৰং-ওদালগুৰি জিলা নাগাৰা নাম সংঘৰ সম্পাদক লক্ষ্যধৰ দাস কেইবাগৰাকীও বিশিষ্ট শিল্পী উপস্থিত থাকি প্ৰয়াত বলেন্দ্ৰ নাৰায়ণ কলিতাৰ স্মৃতি ৰোমন্থন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઝાલોદ ની શ્રી બી એમ હાઈસ્કુલ એએસપી વિજયસિંહ ગુર્જર દ્વારા પરિસમવાદ નું આયોજન કરવામાં આવ્યૂહતું.
ઝાલોદ ની શ્રી બી એમ હાઈસ્કુલ એએસપી વિજયસિંહ ગુર્જર દ્વારા પરિસમવાદ નું આયોજન કરવામાં આવ્યૂહતું.
દાહોદ જિલ્લામાં ૬૦.૦૭ ટકા મતદાન : રસાકસીના જંગના એંધાણો
દાહોદ જિલ્લામાં વિધાનસભાની કુલ ૦૬ બેઠકો માટે કુલ ૬૦.૦૭ ટકા મતદાન થવા પામ્યું છે. તમામ ઉમેદવારોના...
Golaghat Drugs Two Arrest Breaking___#গোলাঘাট নগৰৰ শান্তিপুৰত আৰক্ষীৰ অভিযান।খেদি খেদি কৰায়ত্ব কৰিলে
Golaghat Drugs Two Arrest
Breaking___
##গোলাঘাট নগৰৰ শান্তিপুৰত আৰক্ষীৰ...
নলবাৰীৰ বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাত আছু,এ জে ওৱাই চি পিৰ বৃহৎ জয়
নলবাৰীৰ বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছু আৰু অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ...
নাৰায়ণপুৰৰ ভিন্ন স্থানত গুৰুজয়ন্তী পালন
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰতো উলহমালহেৰে...